• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰাকৃতিকভাৱে নিজৰ ছালখন জিলিকাবলৈ ব্যৱহাৰ কৰক এই স্বাভাৱিক ফেচ পেক…

Nation NE by Nation NE
August 8, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰাকৃতিকভাৱে নিজৰ ছালখন জিলিকাবলৈ ব্যৱহাৰ কৰক এই স্বাভাৱিক ফেচ পেক…
Share on FacebookShare on TwitterWhatsApp

ঔষধি গুণেৰে সমৃদ্ধ তুলসীৰ পাত কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই নহয়, আমাৰ ছালৰ বাবেও এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে। তুলসীৰ পাত সঠিকভাৱে ব্যৱহাৰ কৰিলে গ্ল’য়িং ছাল পাব পাৰি।

জানো আহক পুষ্টিকৰ তুলসীৰ পাতৰ পৰা ফেচ মাস্ক তৈয়াৰ কৰাৰ অতি সহজ উপায় আৰু কিছুমান আচৰিত উপকাৰৰ বিষয়ে-

ফেচ পেক কেনেকৈ বনাব পাৰি-

প্ৰথমে তুলসীৰ পাত ৮-১০ টা ভালদৰে ধুই চাফা কৰিব লাগিব। এতিয়া তুলসীৰ পাতখিনি মিহিকৈ পিহি লব লাগিব। এটা বাটিত পিহি লোৱা তুলসীৰ পাত আৰু এচামুচ দৈ উলিয়াই লব লাগিব। তাৰ পিছত এই দুয়োটা প্ৰাকৃতিক বস্তু ভালদৰে মিহলাই ল’ব লাগিব। ইয়াৰ পিছতেই এই প্ৰাকৃতিক ফেচ পেক ব্যৱহাৰৰ বাবে সাজু হৈ উঠিব।

ছালৰ যত্নৰ ৰুটিনত কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি-

এই ফেচ পেকটো গোটেই মুখমণ্ডল আৰু ডিঙিৰ অংশত লগাব লাগিব। এই ফেচ পেকটো ২০ মিনিটমান পিন্ধি ৰাখিলে ভাল ফলাফল পাব। তাৰ পিছত মুখখন ধুব পাৰিব। মুখ ধুবলৈ কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে। কিন্তু এই ফেচ পেকটো গোটেই মুখত লগোৱাৰ আগতে পেচ টেষ্ট কৰিবলৈ পাহৰিব নালাগে।

ছালৰ বাবে উপকাৰিতা-

এই ফেচ পেকৰ সহায়ত ছালত থকা মৃত কোষবোৰ আঁতৰাই পেলাব পাৰি। যদি আপুনি আপোনাৰ ছালত প্ৰাকৃতিক গ্লো পাব বিচাৰে, তেন্তে আপুনি এই ফেচ পেকটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব পাৰে। এই ৰাসায়নিক মুক্ত ফেচ পেক ব্যৱহাৰ কৰিও দাগ আৰু পিম্পলৰ সমস্যা দূৰ কৰিব পাৰি। ভাল ফলাফল পাবলৈ এই ফেচ পেক সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব পাৰে।

Tags: #HealthBenefits#healthylifeMedical

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025