• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ কি, পৰিৱৰ্তিত বতৰত ই কেনেকৈ স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে?

Nation NE by Nation NE
March 10, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ কি, পৰিৱৰ্তিত বতৰত ই কেনেকৈ স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে?
Share on FacebookShare on TwitterWhatsApp

গ্ৰীষ্মকাল আহি পোৱাৰ লগে লগে শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। বিশেষকৈ চৰ্দি, জ্বৰ আৰু ডিঙিৰ সমস্যা অতি সাধাৰণ হৈ পৰে। পিছে এই সৰু সৰু সমস্যাবোৰে কেতিয়াবা গুৰুতৰ ৰূপ ল’ব পাৰে।

হঠাৎ বতৰৰ পৰিৱৰ্তন আৰু বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে অধিকাংশ লোকে কাঁহ, ডিঙিৰ বিষ, উশাহ-নিশাহ লোৱাত অসুবিধাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই সমস্যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণো বৃদ্ধি হয়। এই সংক্ৰমণ মূলতঃ ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ দ্বাৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকক সোনকালে আক্ৰান্ত কৰে।

শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ অৰ্থ হ’ল শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ সৈতে জড়িত সংক্ৰমণ, যিয়ে আমাৰ বতাহৰ নলী আৰু হাওঁফাওঁত প্ৰভাৱ পেলায়। এই সংক্ৰমণে নাক, ডিঙি আৰু চাইনাছত প্ৰভাৱ পেলায়, লগতে হাওঁফাওঁত উপনীত হৈ ব্ৰংকাইটিছ বা নিউমোনিয়াৰ দৰে গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

ঋতু সলনি হোৱাৰ লগে লগে শৰীৰে নতুন পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ ধৰে। ঠাণ্ডা আৰু শুকান বতাহে ডিঙি আৰু নাকৰ আৰ্দ্ৰতা হ্ৰাস কৰে, যাৰ বাবে ভাইৰাছে সোনকালে আক্ৰমণ কৰে। ইয়াৰ উপৰিও প্ৰদূষণ, ধূলি আৰু জনবহুল স্থানলৈ যোৱাটোৱেও সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।

এই সংক্ৰমণৰ লক্ষণসমূহ-

  • ধাৰাবাহিক কাঁহ, ডিঙিৰ বিষ, হাঁচি, মৃদু জ্বৰ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা
  • বুকু হেঁচা মাৰি ধৰা
  • অত্যাধিক জ্বৰ

এনে পৰিস্থিতিৰ সৃষ্টি হ’লে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

সংক্ৰমণৰ পৰা হাতসৰাৰ উপায়-

  • সংক্ৰমণৰ পৰা হাত সাৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।
  • ইয়াৰ বাবে আমলা, মৌ, হলুদ আৰু তুলসী সেৱন কৰিব লাগে।
  • যিমান পাৰি পানী সেৱন কৰিব লাগে আৰু খাদ্য তালিকাত গৰম চূপ বা বনৌষধি চাহ অন্তৰ্ভুক্ত কৰিব লাগে।
  • বাহিৰলৈ ওলাই যাওঁতে মাস্ক পৰিধান কৰাৰ লগতে সঘনাই হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।
Tags: Health BenefitsHealthy lifeMedical

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025