• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ কি, পৰিৱৰ্তিত বতৰত ই কেনেকৈ স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে?

Nation NE by Nation NE
March 10, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ কি, পৰিৱৰ্তিত বতৰত ই কেনেকৈ স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে?
Share on FacebookShare on TwitterWhatsApp

গ্ৰীষ্মকাল আহি পোৱাৰ লগে লগে শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। বিশেষকৈ চৰ্দি, জ্বৰ আৰু ডিঙিৰ সমস্যা অতি সাধাৰণ হৈ পৰে। পিছে এই সৰু সৰু সমস্যাবোৰে কেতিয়াবা গুৰুতৰ ৰূপ ল’ব পাৰে।

হঠাৎ বতৰৰ পৰিৱৰ্তন আৰু বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে অধিকাংশ লোকে কাঁহ, ডিঙিৰ বিষ, উশাহ-নিশাহ লোৱাত অসুবিধাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই সমস্যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণো বৃদ্ধি হয়। এই সংক্ৰমণ মূলতঃ ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ দ্বাৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকক সোনকালে আক্ৰান্ত কৰে।

শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ অৰ্থ হ’ল শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ সৈতে জড়িত সংক্ৰমণ, যিয়ে আমাৰ বতাহৰ নলী আৰু হাওঁফাওঁত প্ৰভাৱ পেলায়। এই সংক্ৰমণে নাক, ডিঙি আৰু চাইনাছত প্ৰভাৱ পেলায়, লগতে হাওঁফাওঁত উপনীত হৈ ব্ৰংকাইটিছ বা নিউমোনিয়াৰ দৰে গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

ঋতু সলনি হোৱাৰ লগে লগে শৰীৰে নতুন পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ ধৰে। ঠাণ্ডা আৰু শুকান বতাহে ডিঙি আৰু নাকৰ আৰ্দ্ৰতা হ্ৰাস কৰে, যাৰ বাবে ভাইৰাছে সোনকালে আক্ৰমণ কৰে। ইয়াৰ উপৰিও প্ৰদূষণ, ধূলি আৰু জনবহুল স্থানলৈ যোৱাটোৱেও সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।

এই সংক্ৰমণৰ লক্ষণসমূহ-

  • ধাৰাবাহিক কাঁহ, ডিঙিৰ বিষ, হাঁচি, মৃদু জ্বৰ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা
  • বুকু হেঁচা মাৰি ধৰা
  • অত্যাধিক জ্বৰ

এনে পৰিস্থিতিৰ সৃষ্টি হ’লে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

সংক্ৰমণৰ পৰা হাতসৰাৰ উপায়-

  • সংক্ৰমণৰ পৰা হাত সাৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।
  • ইয়াৰ বাবে আমলা, মৌ, হলুদ আৰু তুলসী সেৱন কৰিব লাগে।
  • যিমান পাৰি পানী সেৱন কৰিব লাগে আৰু খাদ্য তালিকাত গৰম চূপ বা বনৌষধি চাহ অন্তৰ্ভুক্ত কৰিব লাগে।
  • বাহিৰলৈ ওলাই যাওঁতে মাস্ক পৰিধান কৰাৰ লগতে সঘনাই হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।
Tags: Health BenefitsHealthy lifeMedical

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025