• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অতুলৰ অতুলনীয় দৃষ্টান্ত…

২৪ বছৰ পূৰ্বৰ প্ৰতিজ্ঞা স্মৰণ কৰি পিন্ধিলে চেণ্ডেল

Nation NE by Nation NE
January 21, 2025
in Top News, অসম, ৰাজনীতি
0 0
অতুলৰ অতুলনীয় দৃষ্টান্ত…
Share on FacebookShare on TwitterWhatsApp

অসম গণ পৰিষদৰ প্ৰতি থকা আনুগত্যৰ অনন্য নিদৰ্শন দাঙি ধৰি অৱশেষত চেন্দেল-জোতা নিপিন্ধাৰ সংকল্প পৰিহাৰ অতুল দেৱনাথৰ। এসময়ৰ অসম গণ পৰিষদৰ অভেদ্য দুৰ্গ চামগুৰি বিধানসভা সমষ্টিত অসম গণ পৰিষদক প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ নিৰ্বাচিত হোৱা অতুল শৰ্মাই ২০০১ চনৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ শোকত ব্যাথিত হৈ পৰিছিল দলৰ অক্লান্ত সৈনিক অতুল দেৱনাথ।

সমষ্টিটোৰ কুহুমতলী পঞ্চায়তৰ অন্তৰ্গত খলিহামাৰি গাঁৱৰ নিৱাসী অতুল দেৱনাথে চামগুৰি বিধানসভা সমষ্টিত দলে পুনৰ নিজৰ দখললৈ আনিব নোৱৰা পৰ্যন্ত চেণ্ডেল-জোতা পৰিধান নকৰাৰ সংকল্প গ্ৰহণ কৰিছিল। তেনেকৈয়ে  জোতা-চেণ্ডেল নিপিন্ধাকৈ প্ৰায় আঢ়ৈ দশক নিজৰ সংকল্পত স্থিৰ হৈ থাকিল দেৱনাথ।

শেহতীয়াকৈ সম্পন্ন হোৱা অসম বিধানসভাৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে দিপ্লুৰঞ্জন শৰ্মাই চামগুৰি বিধানসভা সমষ্টিত বৃহৎ বিজয় সাব্যস্ত কৰাৰ পাছত আজি দেৱনাথে চেণ্ডেল-জোতা পৰিধান কৰি তেখেতৰ সংকল্প পৰিহাৰ কৰে।

অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ উপস্থিতিত দেৱনাথে সুদীৰ্ঘ ২৪ বছৰৰ পাছত চেণ্ডেল-জোতা পৰিধান কৰাৰ বিশেষ মুহূৰ্তৰ সাক্ষী হৈ আনন্দ অনুভৱ কৰে অগপৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। দলৰ নিষ্ঠাবান কৰ্মীগৰাকীৰ দৃঢ় সংকল্প আৰু ত্যাগ তথা দলৰ প্ৰতি থকা আনুগত্যৰ নিৰ্দশনে অগপ কৰ্মীসকলক উৎসাহিত কৰি তুলিছে বুলি মন্তব্য কৰে মহন্তই।

Tags: #AssamAGPpoliticsSamaguri

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025