• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অতুলৰ অতুলনীয় দৃষ্টান্ত…

২৪ বছৰ পূৰ্বৰ প্ৰতিজ্ঞা স্মৰণ কৰি পিন্ধিলে চেণ্ডেল

Nation NE by Nation NE
January 21, 2025
in Top News, অসম, ৰাজনীতি
0 0
অতুলৰ অতুলনীয় দৃষ্টান্ত…
Share on FacebookShare on TwitterWhatsApp

অসম গণ পৰিষদৰ প্ৰতি থকা আনুগত্যৰ অনন্য নিদৰ্শন দাঙি ধৰি অৱশেষত চেন্দেল-জোতা নিপিন্ধাৰ সংকল্প পৰিহাৰ অতুল দেৱনাথৰ। এসময়ৰ অসম গণ পৰিষদৰ অভেদ্য দুৰ্গ চামগুৰি বিধানসভা সমষ্টিত অসম গণ পৰিষদক প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ নিৰ্বাচিত হোৱা অতুল শৰ্মাই ২০০১ চনৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ শোকত ব্যাথিত হৈ পৰিছিল দলৰ অক্লান্ত সৈনিক অতুল দেৱনাথ।

সমষ্টিটোৰ কুহুমতলী পঞ্চায়তৰ অন্তৰ্গত খলিহামাৰি গাঁৱৰ নিৱাসী অতুল দেৱনাথে চামগুৰি বিধানসভা সমষ্টিত দলে পুনৰ নিজৰ দখললৈ আনিব নোৱৰা পৰ্যন্ত চেণ্ডেল-জোতা পৰিধান নকৰাৰ সংকল্প গ্ৰহণ কৰিছিল। তেনেকৈয়ে  জোতা-চেণ্ডেল নিপিন্ধাকৈ প্ৰায় আঢ়ৈ দশক নিজৰ সংকল্পত স্থিৰ হৈ থাকিল দেৱনাথ।

শেহতীয়াকৈ সম্পন্ন হোৱা অসম বিধানসভাৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে দিপ্লুৰঞ্জন শৰ্মাই চামগুৰি বিধানসভা সমষ্টিত বৃহৎ বিজয় সাব্যস্ত কৰাৰ পাছত আজি দেৱনাথে চেণ্ডেল-জোতা পৰিধান কৰি তেখেতৰ সংকল্প পৰিহাৰ কৰে।

অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ উপস্থিতিত দেৱনাথে সুদীৰ্ঘ ২৪ বছৰৰ পাছত চেণ্ডেল-জোতা পৰিধান কৰাৰ বিশেষ মুহূৰ্তৰ সাক্ষী হৈ আনন্দ অনুভৱ কৰে অগপৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। দলৰ নিষ্ঠাবান কৰ্মীগৰাকীৰ দৃঢ় সংকল্প আৰু ত্যাগ তথা দলৰ প্ৰতি থকা আনুগত্যৰ নিৰ্দশনে অগপ কৰ্মীসকলক উৎসাহিত কৰি তুলিছে বুলি মন্তব্য কৰে মহন্তই।

Tags: #AssamAGPpoliticsSamaguri

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025