• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘বিপদৰ সময়ত মাৰ কাষত নাই’, মাতৃ শ্বেখ হাছিনাৰ দুখত উচুপি উঠিল কন্যা

      Nation NE by Nation NE
      August 8, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ‘বিপদৰ সময়ত মাৰ কাষত নাই’, মাতৃ শ্বেখ হাছিনাৰ দুখত উচুপি উঠিল কন্যা
      Share on FacebookShare on TwitterWhatsApp

      ‘যিখন বাংলাদেশক মই ভাল পাঁও, সেইখন দেশৰ শ শ লোকৰ মৃত্যু হৈছে। মোৰ হৃদয় বেথাৰে উপচি পৰিছে। এই কঠিন সময়ত মই মোৰ মাক চাব পৰা নাই, তেওঁক সাৱটি ল’ব পৰা নাই। ইয়াৰ বাবে মই দুঃখিত। বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়াৰ আঞ্চলিক সঞ্চালক হিচাপে মই মোৰ দায়িত্ব পালন কৰি যাম।‘

      সামাজিক মাধ্যম X (পূৰ্বৰ টুইটাৰ)ত এইদৰে টুইট কৰিছে বাংলাদেশৰ পৰা পলায়ন কৰা পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ কন্যা ছাইমা ৱাজেদে।

      বিগত এমাহ ধৰি বাংলাদেশত চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত আছে। ভয়াৱহ পৰিস্থিতিৰ মাজতে পদত্যাগ কৰি দেশ এৰি ভাৰতত আশ্ৰয় লবলৈ বাধ্য হৈছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।

      শ্বেখ হাছিনাৰ কন্যাই কৰা টুইট।

      শেহতীয়াকৈ বাংলাদেশৰ ভয়াৱহ পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বেখ হাছিনাৰ কন্যাই। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰিছে ছাইমা ৱাজেদে।

      উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়াৰ আঞ্চলিক সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ছাইমা ৱাজেদে। ছাইমা এই পদৰ দায়িত্বভাৰ লোৱা প্ৰথম বাংলাদেশী আৰু দ্বিতীয়গৰাকী মহিলা।

      শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে সেনাই দেশৰ দায়িত্বভাৰ গ্ৰহণ কৰে। আজি ন’বেল বঁটা বিজয়ী ড০ মহম্মদ ইউনুছৰ নেতৃত্বত দেশখনত অন্তৱৰ্তীকালীন চৰকাৰৰ সদস্যসকলে শপত ল’ব।

      Tags: BangladeshBangladesh CrisisSaima WazedSheikh Hasina

      Related Posts

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      June 7, 2025
      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা
      Top News

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      June 7, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      June 7, 2025
      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      June 6, 2025

      শীৰ্ষ সংবাদ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist