• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘বিপদৰ সময়ত মাৰ কাষত নাই’, মাতৃ শ্বেখ হাছিনাৰ দুখত উচুপি উঠিল কন্যা

Nation NE by Nation NE
August 8, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘বিপদৰ সময়ত মাৰ কাষত নাই’, মাতৃ শ্বেখ হাছিনাৰ দুখত উচুপি উঠিল কন্যা
Share on FacebookShare on TwitterWhatsApp

‘যিখন বাংলাদেশক মই ভাল পাঁও, সেইখন দেশৰ শ শ লোকৰ মৃত্যু হৈছে। মোৰ হৃদয় বেথাৰে উপচি পৰিছে। এই কঠিন সময়ত মই মোৰ মাক চাব পৰা নাই, তেওঁক সাৱটি ল’ব পৰা নাই। ইয়াৰ বাবে মই দুঃখিত। বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়াৰ আঞ্চলিক সঞ্চালক হিচাপে মই মোৰ দায়িত্ব পালন কৰি যাম।‘

সামাজিক মাধ্যম X (পূৰ্বৰ টুইটাৰ)ত এইদৰে টুইট কৰিছে বাংলাদেশৰ পৰা পলায়ন কৰা পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ কন্যা ছাইমা ৱাজেদে।

বিগত এমাহ ধৰি বাংলাদেশত চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত আছে। ভয়াৱহ পৰিস্থিতিৰ মাজতে পদত্যাগ কৰি দেশ এৰি ভাৰতত আশ্ৰয় লবলৈ বাধ্য হৈছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।

শ্বেখ হাছিনাৰ কন্যাই কৰা টুইট।

শেহতীয়াকৈ বাংলাদেশৰ ভয়াৱহ পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বেখ হাছিনাৰ কন্যাই। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰিছে ছাইমা ৱাজেদে।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়াৰ আঞ্চলিক সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ছাইমা ৱাজেদে। ছাইমা এই পদৰ দায়িত্বভাৰ লোৱা প্ৰথম বাংলাদেশী আৰু দ্বিতীয়গৰাকী মহিলা।

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে সেনাই দেশৰ দায়িত্বভাৰ গ্ৰহণ কৰে। আজি ন’বেল বঁটা বিজয়ী ড০ মহম্মদ ইউনুছৰ নেতৃত্বত দেশখনত অন্তৱৰ্তীকালীন চৰকাৰৰ সদস্যসকলে শপত ল’ব।

Tags: BangladeshBangladesh CrisisSaima WazedSheikh Hasina

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025