• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
22 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Nation NE by Nation NE
July 18, 2025
in Top News, অসম
0 0
গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত উচ্ছেদিত লোক আৰু প্ৰশাসনৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিত এজন ১৯ বছৰীয়া যুৱকৰ মৃত্যু হোৱা ঘটনাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক দোষাৰোপ কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰে।

পাইকানৰ বনাঞ্চলত চলোৱা উচ্ছেদ অভিযানৰ পাঁচ দিনৰ পিছত অৰ্থাত ১৫ জুলাইত আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ দলে পাইকানৰ উচ্ছেদস্থলীত উপস্থিত হোৱাৰ পিছতে শ-শ উচ্ছেদিতই নিৰাপত্তাৰক্ষী দলৰ ওপৰত আক্ৰমণ চলাইছিল।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শুন্যলৈ গুলীচালনা কৰাত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। ইফালে উচ্ছেদিতৰ আক্ৰমণত প্ৰায় ২০ গৰাকী নিৰাপত্তাৰক্ষীও আহত হৈছিল।

পাইকানত সংঘটিত এই ভয়ংকৰ কাণ্ডৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়। এই প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছৰ প্ৰৰোচনাতেই পাইকানত ভয়াৱহ কাণ্ড সংঘটিত হোৱা বুলি উল্লেখ কৰে।

উল্লেখ্য যে, ১৬ জুলাইত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই ছয়গাঁৱত এখন জনসভা সম্বোধন কৰি অসমত কংগ্ৰেছ দল শাসনলৈ আহিলে বৰ্তমানৰ ৰাজ্য চৰকাৰে উচ্ছেদ কৰা লোকসকলক ঘৰ সাজি দিম বুলি আপত্তিজনক মন্তব্য কৰিছিল।

এই মন্তব্যৰ এদিন পিছতেই অৰ্থাত ১৭ জুলাইত কৃষ্ণাইৰ পাইকানত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়। যদিহে কংগ্ৰেছ নেতা দুগৰাকীৰ মন্তব্যত প্ৰৰোচিত হৈ উচ্ছেদিত লোকসকলে নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ কৰা কাৰ্য প্ৰমাণ হয় তেন্তে পৰৱৰ্তী সময়ত দুয়োজন নেতাই জেৰাৰ সন্মুখীন হ’ব পাৰে বুলিও আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

আনহাতে বিৰোধীয়ে গৃহহীন হৈ পৰা পৰিয়ালসমূহৰ প্ৰতি “অমানৱীয় ব্যৱহাৰ”ৰ বাবে প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে।

উল্লেখ্য যে, যোৱা ১২ এপ্ৰিলত গোৱালপাৰা জিলা প্ৰশাসনে পাইকানৰ ১৪০ হেক্টৰ ভূমিত অবৈধভাৱে বসবাস কৰি থকা ১,০৮০টা পৰিয়ালক উচ্ছেদ কৰিছিল। অৱশ্যে এই উচ্ছেদৰ পিছতো বহু লোকে সেই ঠাই এৰি যোৱা নাছিল আৰু যাৰ বাবে ১৭ জুলাইত এই ভয়ংকৰ ঘটনাৰ সূচনা হয়।

Tags: #CongressGoalparaHimanta Biswa SarmaPaikan Reserve Forest

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025