• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
23 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোন আছিল বাহাদুৰ শ্বাহ জাফৰ? যাৰ ছবি ঔৰংজেৱৰ বুলি ভাবি ক’লা ৰং সনা হৈছিল

Nation NE by Nation NE
April 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কোন আছিল বাহাদুৰ শ্বাহ জাফৰ? যাৰ ছবি ঔৰংজেৱৰ বুলি ভাবি ক’লা ৰং সনা হৈছিল
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ গাজিয়াবাদ ৰেল ষ্টেচনত ১৮ এপ্ৰিলত এক বৃহৎ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আচলতে হিন্দু সুৰক্ষা দলৰ কৰ্মীসকলে এজন মোগল সম্ৰাটৰ ছবি ক’লা ৰং সানে।

কিন্তু যিখন ছবি তেওঁলোকে ঔৰংজেৱৰ বুলি ভাবি ক’লা কৰি পেলাই, আচলতে সেইখন শেষৰ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰহে আছিল। ইয়াৰ পিছতেই ৰে’ল আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে। বাহাদুৰ শ্বাহ জাফৰ কোন আছিল আৰু ভাৰতলৈ তেওঁৰ অৱদান কি আছিল জানো আহক-

বাহাদুৰ শ্বাহ জাফৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন নায়ক আছিল। বাহাদুৰ শ্বাহ জাফৰৰ নাম উলিয়ালেই তেওঁৰ ভাৰতৰ প্ৰতি থকা প্ৰেমৰ কথা মনত পৰে। ১৮৫৭ চনৰ বিদ্ৰোহত তেওঁ দেশৰ সকলো ৰজাক এক সম্ৰাট হিচাপে নেতৃত্ব দিছিল। কিন্তু ইয়াৰ বাবে তেওঁ ইংৰাজৰ বন্দী হৈ জীৱন ত্যাগ কৰি গধুৰ মূল্য ভৰিবলগীয়া হৈছিল। ইংৰাজে তেওঁক এনে এক শাস্তি দিলে যে ১৩২ বছৰ ধৰি তেওঁৰ কবৰেই পোৱা নগ’ল।

বাহাদুৰ শ্বাহ জাফৰৰ পিতৃয়ে তেওঁক সিংহাসন অৰ্পণ কৰিব বিচৰা নাছিল। কিন্তু ক্ৰমান্বয়ে মোগলৰ অৱনতি আৰু ইংৰাজৰ ভাৰতৰ ওপৰত নিয়ন্ত্ৰণ ক্ৰমান্বয়ে বৃদ্ধিৰ ফলত মোগলৰ শাসনৰ বাবে বাকী থকা একমাত্ৰ ঠাইখন আছিল শ্বাহজাহানাবাদ অৰ্থাৎ দিল্লী।

মীৰুটৰ পৰা যেতিয়া ইংৰাজৰ বিৰুদ্ধে বিপ্লৱৰ ধ্বনি বাজি উঠে, তেতিয়া ইংৰাজৰ আক্ৰমণত অশান্ত ৰজা-মহাৰজাসকলে একত্ৰিত হ’বলৈ আৰম্ভ কৰিছিল। সকলোৱে বাহাদুৰ শ্বাহ জাফৰৰ লগত আলোচনা কৰি কৰে আৰু তেওঁৱো ইংৰাজ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব মানি লৈছিল। কিন্তু ৮২ বছৰীয়া বাহাদুৰ শ্বাহ জাফৰ এই যুদ্ধত পৰাস্ত হৈ জীৱনৰ শেষ দিনবোৰ ব্ৰিটিছ বন্দীত্বত কটাবলগীয়া হৈছিল।

৮৭ বছৰ বয়সত তেওঁৰ শেষ নিশ্বাষ ত্যাগ কৰিলেও ১৯৯৪ চনত সুদীৰ্ঘ ১৩২ বছৰৰ পাছতহে তেওঁৰ দৰগাহ নিৰ্মাণ কৰা হৈছিল।

Tags: HistoryIndiaMughal

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025