• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
22 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 4, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৬২৮- আজিৰ দিনটোতে আগ্ৰাত শ্বাহজাহানক মোগল সম্ৰাট হিচাপে অভিষিক্ত কৰা হয়।

১৭৮৩- আজিৰ দিনটোতে ইটালীৰ কেলাব্ৰিয়াত এক বৃহৎ ভূমিকম্পত ৫০ হাজাৰ লোকৰ মৃত্যু হয়।

১৭৯৭- ইকুৱেডৰৰ ৰাজধানী কুইটোত সংঘটিত হোৱা এক ভয়াৱহ ভূমিকম্পত ৪১ হাজাৰৰো অধিক লোকৰ মৃত্যু হয়।

১৮৯৫- আমেৰিকাৰ চিকাগোত প্ৰথমখন ৰোলিং লিফ্ট দলং উদ্বোধন কৰা হয়।

১৯২০- লণ্ডন আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথম বিমান সেৱা আৰম্ভ হয়।

১৯৬০- ভোপাল ৰাজ্যৰ শেষ নবাব হামিদুল্লা খানৰ মৃত্যু হয়।

১৯৬৮- কেনিয়াৰ পৰা এছিয়াৰ নাগৰিকৰ পলায়ন অব্যাহত থাকে। ভাৰত আৰু পাকিস্তানৰ পৰা ৯৬জন লোক ব্ৰিটেইনত উপস্থিত হয়, য’ত ৯টা সৰু ল’ৰা-ছোৱালীও আছে।

১৯৭৩- ভাৰতৰ সৰ্ববৃহৎ বণিক জাহাজ জৱাহৰলাল নেহৰুৰ উদ্বোধন হয়। ই আছিল ৮৮ হাজাৰ ডি ডব্লিউ টি ছুপাৰ টেংকাৰ।

১৯৭৬- ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাই নিৰক্ষৰতা নিৰ্মূলৰ প্ৰচেষ্টাত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে। এই সন্দৰ্ভত সংস্থাটোৰ দহ বছৰীয়া কাৰ্যসূচীত ভাৰতকে ধৰি ১১খন দেশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

১৯৯০- কেৰালাৰ এৰ্নাকুলাম জিলাক দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ জিলা হিচাপে ঘোষণা কৰা হয়, য’ত সাক্ষৰতাৰ হাৰ ১০০%।

১৯৯৭- উত্তৰ ইজৰাইলত ইজৰাইলৰ দুখন সেনাৰ হেলিকপ্টাৰ সংঘৰ্ষ হয়। দেশৰ ইতিহাসৰ এই ভয়াৱহ বিমান দুৰ্ঘটনাত নিহত হয় ৭৩ জন সামৰিক জোৱান।

২০০০- প্ৰথমবাৰৰ বাবে বিশ্ব কৰ্কট দিৱস উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্য আছিল বিশ্বজুৰি কেন্সাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা।

২০০৩- যুগোস্লাভিয়াই আনুষ্ঠানিকভাৱে নিজৰ নাম সলনি কৰি ছাৰ্বিয়া আৰু মণ্টেনেগ্ৰো কৰে।

২০০৪- ফেচবুক আৰম্ভ হয়। পিছলৈ ই বিশ্বৰ সৰ্ববৃহৎ ছ’চিয়েল নেটৱৰ্কত পৰিণত হয়।

২০০৭- আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আল গোৰে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ বঁটা লাভ কৰে।

২০০৮- উত্তৰ প্ৰদেশ চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)য়ে আৰক্ষী নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰিব বুলি ঘোষণা কৰে।

২০১৪- মাইক্ৰ’ছফ্ট কৰ্প’ৰেশ্যনৰ পৰিচালনা সমিতিয়ে ভাৰতীয় মূলৰ সত্য নাডেলাক মাইক্ৰ’ছফ্টৰ নতুন চিইঅ’ হিচাপে নিৰ্বাচিত কৰে।

২০২১- চৌৰী চৌৰা সংঘাতৰ ১০০ বছৰ সম্পূৰ্ণ। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “শতবৰ্ষ উদযাপন” উন্মোচন কৰে।

Tags: global newsHistory newsWorld news

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025