• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 15, 2026
26 °c
Guwahati
26 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    উচুপি উচুপি প্ৰিয়তমলৈ বুলি এগচি চাকি, হাতত নাহৰ ফুল লৈ মুগাৰ সাজযোৰ পিন্ধি প্ৰিয় পুৰুষজনৰ কাষত গৰিমা

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ৪৩ গৰাকীৰ ভিতৰত ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ফেইল, শিক্ষক-শিক্ষয়িত্ৰীক ঘেৰাও অভিভাৱকৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 18, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৬১৪- জাহাংগীৰে মেৱাৰ জয় কৰে।

১৯০৫- লণ্ডনত শ্বামজী কৃষ্ণবৰ্মাই ইণ্ডিয়া হোম ৰুল ছ’চাইটি প্ৰতিষ্ঠা কৰে।

১৯১৫- জাৰ্মানীয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডক অৱৰোধ কৰে।

১৯৩০- ক্লাইড টমবাউৱে প্লুটো আৱিষ্কাৰ কৰে। দীৰ্ঘদিন ধৰি ইয়াক আমাৰ সৌৰজগতৰ নৱম গ্ৰহ বুলি গণ্য কৰা হৈছিল যদিও পিছত ইয়াৰ মৰ্যাদা বাতিল কৰা হৈছিল।

১৯৫৪- কেলিফৰ্ণিয়াত প্ৰথম চাৰ্চ অৱ চাইন্টোলজি প্ৰতিষ্ঠা কৰা হয়।

১৯৭৯- ভাৰত আৰু ব্ৰিটেইনৰ মাজত উপগ্ৰহ যোগাযোগ স্থাপন কৰা হয়।

১৯৭৯- চাহাৰা মৰুভূমিত প্ৰথম আৰু শেষবাৰৰ বাবে তুষাৰপাত হয়।

১৯৮৯- আফগান চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

১৯৯৮- আজিৰ দিনটোতে চি সুব্ৰহ্মণ্যমক সমাজসেৱালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হয়। ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ ভাৰতৰ কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে সেউজ বিপ্লৱলৈ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব।

১৯৯৯- ভাৰত আৰু বাংলাদেশৰ মাজত বাছ সেৱাৰ চুক্তি স্বাক্ষৰিত হয়।

২০০৬- ভাৰত আৰু পাকিস্তানৰ মাজত থাৰ এক্সপ্ৰেছৰ চলাচল আৰম্ভ হয়।

২০০৯- লোকসভাত কেন্দ্ৰীয় বিশ্ববিদ্যালয় বিধেয়ক ২০০৯ উত্থাপন কৰা হয়।

২০১৪- অন্ধ্ৰ প্ৰদেশক দুভাগ কৰি তেলেংগানাক দেশৰ ২৯ সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ লোকসভাত গৃহীত হয়।

Tags: global newsHistory EventsWorld news

Related Posts

ইৰাণ যুদ্ধৰ মাজতে ভাৰতৰ প্ৰশংসাত পঞ্চমুখ পাকিস্তানৰ, কিয় মনত পেলালে ‘অপাৰেচন সিন্দুৰ’ৰ কথা?
Top News

April 15, 2026
আন্দামান সাগৰত ডুব গ’ল ৰোহিংগীয়া আৰু বাংলাদেশী কঢ়িয়াই অনা নাও, নিৰুদ্দেশ ২৫০ জন
Top News

আন্দামান সাগৰত ডুব গ’ল ৰোহিংগীয়া আৰু বাংলাদেশী কঢ়িয়াই অনা নাও, নিৰুদ্দেশ ২৫০ জন

April 15, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 15, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম

April 14, 2026

শীৰ্ষ সংবাদ

ইৰাণ যুদ্ধৰ মাজতে ভাৰতৰ প্ৰশংসাত পঞ্চমুখ পাকিস্তানৰ, কিয় মনত পেলালে ‘অপাৰেচন সিন্দুৰ’ৰ কথা?

আন্দামান সাগৰত ডুব গ’ল ৰোহিংগীয়া আৰু বাংলাদেশী কঢ়িয়াই অনা নাও, নিৰুদ্দেশ ২৫০ জন

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025