• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 14, 2026
25 °c
Guwahati
27 ° Thu
28 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উচুপি উচুপি প্ৰিয়তমলৈ বুলি এগচি চাকি, হাতত নাহৰ ফুল লৈ মুগাৰ সাজযোৰ পিন্ধি প্ৰিয় পুৰুষজনৰ কাষত গৰিমা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ৪৩ গৰাকীৰ ভিতৰত ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ফেইল, শিক্ষক-শিক্ষয়িত্ৰীক ঘেৰাও অভিভাৱকৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম

Nation NE by Nation NE
April 14, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Share on FacebookShare on TwitterWhatsApp

আজি গুজৰাটৰ কণ্ডলা বন্দৰত উপস্থিত হোৱাৰ কথা আছে ২০,৪০০ মেট্ৰিক টন এল পি জি কঢ়িয়াই ভাৰতৰ পতাকা থকা জাহাজ জগ বিক্ৰম। এই তথ্য প্ৰদান কৰিছে বন্দৰ, ভাৰতৰ জাহাজ আৰু জলপথ মন্ত্ৰালয়ে।

অতিৰিক্ত সচিব মুকেশ মংগলে কয় যে জাহাজখনে যোৱা ১১ এপ্ৰিলত হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে। এই যাত্ৰা নতুন দিল্লীৰ বাবে এক উল্লেখযোগ্য সফলতা বুলি বিবেচিত হৈছে, কিয়নো আমেৰিকা আৰু ইৰাণৰ মাজত ১৪ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত এইখনেই হৈছে এই সাগৰীয় পথেৰে পাৰ হোৱা প্ৰথমখন ভাৰতীয় জাহাজ। জাহাজখনত মুঠ ২৪ জন ভাৰতীয় নাৱিক আছে।

মন্ত্ৰালয়ে এতিয়ালৈকে কেৱল যোৱা ২৪ ঘণ্টাত ৯৩ জনকে ধৰি ২১৭৭ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে উভতি অহাটো নিশ্চিত কৰিছে। এই প্ৰক্ৰিয়াত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন, আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে অহৰহ সমন্বয় বজাই ৰখা হৈছে। ভাৰতীয় বন্দৰসমূহত স্বাভাৱিক কাম-কাজ নিশ্চিত কৰিছে মন্ত্ৰালয়ে। ভাৰতৰ সকলো বন্দৰতে কাম-কাজ সুচাৰুৰূপে চলি আছে আৰু কোনো ধৰণৰ যানজঁট বা ভিৰ হোৱাৰ খবৰ পোৱা নাই। কিয়নো নাৱিকসকলৰ মংগল সুনিশ্চিত কৰাটো মন্ত্ৰালয়ৰ অগ্ৰাধিকাৰ।

আঞ্চলিক উত্তেজনাৰ মাজতো মন্ত্ৰালয়ে নিৰন্তৰ নিৰীক্ষণ আৰু সমন্বয়ৰ জৰিয়তে ভাৰতীয় জাহাজসমূহৰ সুৰক্ষা সুনিশ্চিত কৰি আছে। যুদ্ধবিৰতিৰ পিছত ক্ৰমান্বয়ে সামুদ্ৰিক যাতায়ত ঘূৰি অহাৰ প্ৰমাণ জাহাজ জগ বিক্ৰমৰ সফল প্ৰত্যাৱৰ্তন। ভাৰতে উপসাগৰীয় অঞ্চলৰ দেশৰ পৰা প্ৰায় ৯০ শতাংশ এল পি জি আমদানি কৰে। গতিকে হৰমুজ জলদ্বীপৰ দৰে এক গুৰুত্বপূৰ্ণ পথৰ নিৰাপত্তা আৰু মসৃণ পৰিচালনা ভাৰতৰ শক্তি সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

Tags: CeasefireShip

Related Posts

উচুপি উচুপি প্ৰিয়তমলৈ বুলি এগচি চাকি, হাতত নাহৰ ফুল লৈ মুগাৰ সাজযোৰ পিন্ধি প্ৰিয় পুৰুষজনৰ কাষত গৰিমা
Top News

উচুপি উচুপি প্ৰিয়তমলৈ বুলি এগচি চাকি, হাতত নাহৰ ফুল লৈ মুগাৰ সাজযোৰ পিন্ধি প্ৰিয় পুৰুষজনৰ কাষত গৰিমা

April 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

April 14, 2026
৪৩ গৰাকীৰ ভিতৰত ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ফেইল, শিক্ষক-শিক্ষয়িত্ৰীক ঘেৰাও অভিভাৱকৰ
Top News

৪৩ গৰাকীৰ ভিতৰত ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ফেইল, শিক্ষক-শিক্ষয়িত্ৰীক ঘেৰাও অভিভাৱকৰ

April 13, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ ভাল খবৰ! ভাৰতীয় বন্দৰত উপস্থিত LPG কঢ়িয়াই অনা জাহাজ
Top News

হৰমুজৰ পিছত এইবাৰ বিপদত লোহিত সাগৰ! অ*স্ত্ৰ*ধা*ৰীয়ে আ/ক্ৰ/ম/ণ চলোৱাৰ অপচেষ্টা

April 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম

উচুপি উচুপি প্ৰিয়তমলৈ বুলি এগচি চাকি, হাতত নাহৰ ফুল লৈ মুগাৰ সাজযোৰ পিন্ধি প্ৰিয় পুৰুষজনৰ কাষত গৰিমা

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

৪৩ গৰাকীৰ ভিতৰত ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ফেইল, শিক্ষক-শিক্ষয়িত্ৰীক ঘেৰাও অভিভাৱকৰ

হৰমুজৰ পিছত এইবাৰ বিপদত লোহিত সাগৰ! অ*স্ত্ৰ*ধা*ৰীয়ে আ/ক্ৰ/ম/ণ চলোৱাৰ অপচেষ্টা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025