• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 27, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৮৭৯- আজিৰ দিনটোতে ৰাছিয়াৰ ৰসায়নবিদ কনষ্টেন্টিন ফাহলবাৰ্গে কৃত্ৰিম মিঠা দ্ৰব্য চেকাৰিন আৱিষ্কাৰ কৰে। কয়লা আলকাতৰাৰ ওপৰত গৱেষণা কৰি থাকোঁতে তেওঁ এই মিঠা পদাৰ্থ আৱিষ্কাৰ কৰে। এই পদাৰ্থটোক তেওঁ “চেকাৰিন” বুলি নাম দিছিল। ই আছিল প্ৰথম ব্যৱসায়িকভাৱে উপলব্ধ কৃত্ৰিম মিঠাই।
১৯৩২- ব্ৰিটিছ পদাৰ্থবিজ্ঞানী জেমছ চেডউইকে নিউট্ৰন আৱিষ্কাৰ কৰে। প্ৰ’টন আৰু নিউট্ৰন মিলি এটা পৰমাণুৰ নিউক্লিয়াছ গঠন কৰে। এই নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰন ঘূৰি থাকে। এই আৱিষ্কাৰৰ ফলত নিউক্লিয়াছ পৃথক কৰাটো সম্ভৱ হৈ উঠিল, যাৰ ফলত পাৰমাণৱিক বোমাৰ বিকাশৰ পথ মুকলি হ’ল।
২০০১- গুজৰাটৰ গোধৰাত অযোধ্যাৰ পৰা উভতি অহা কাৰ্ছেৱক কঢ়িয়াই অনা এটা ডবাত মুছলমানে জুই লগাই ৫৯ জন হিন্দু কাৰ্ছেৱক নিহত হয়।
২০০১- আফগানিস্তানৰ সকলো মূৰ্তি ধ্বংস কৰাৰ নিৰ্দেশ দিছিল তালিবানে।
২০০৫- মাৰিয়া শ্বাৰাপোভাই কাটাৰ অ’পেন খিতাপ দখল কৰে।
২০০৭- লানছানা কয়টে গায়ানাৰ নতুন প্ৰধানমন্ত্ৰী হয়।
২০০৮- বিভিন্ন ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে একেৰাহে সপ্তম বছৰৰ বাবে ২৫ গৰাকী মহিলাক ‘GR-8 Honour’ বঁটা প্ৰদান কৰা হয়।
পাকিস্তান চৰকাৰে আছিফ আলী জাৰ্দাৰীৰ বিৰুদ্ধে উত্থাপিত সকলো দুৰ্নীতিৰ অভিযোগ প্ৰত্যাহাৰ কৰে।
২০০৯- প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লোকসভাৰ আসনৰ উত্তৰাধিকাৰী দলৰ জ্যেষ্ঠ নেতা লালজী তণ্ডনক অৰ্পণ কৰে।
২০১০- ভাৰতে অষ্টম কমনৱেলথ শ্বুটিং চেম্পিয়নশ্বিপত প্ৰথম স্থান লাভ কৰি ৩৫টা সোণ, ২৫টা ৰূপ, আৰু ১৪টা ব্ৰঞ্জকে ধৰি মুঠ ৭৪টা পদক লাভ কৰে। ইংলেণ্ডে ৪টা সোণকে ধৰি ৩১টা পদক লাভ কৰি দ্বিতীয় স্থান দখল কৰে আৰু ৱেলছে ৪টা সোণকে ধৰি ১৩টা পদকৰে তৃতীয় স্থান দখল কৰে। অষ্ট্ৰেলিয়াই ৩টা স্বৰ্ণকে ধৰি ১৯টা পদক লাভ কৰি চতুৰ্থ স্থান দখল কৰে।
২০১২- ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব যদিও ইয়াৰ শক্তিৰ চাহিদা ৪.৫ শতাংশ হ্ৰাস পাব বুলি প্ৰকাশ পায়।

Tags: HISTORTY EVENTSWorld news

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025