• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
31 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ২০২৪ বৰ্ষৰ টেষ্ট দল ঘোষণা ICCৰ; বুমৰাহসহ তিনিগৰাকী ভাৰতীয়ই পালে স্থান

      Nation NE by Nation NE
      January 24, 2025
      in Top News, ক্ৰীড়া
      0 0
      ২০২৪ বৰ্ষৰ টেষ্ট দল ঘোষণা ICCৰ; বুমৰাহসহ তিনিগৰাকী ভাৰতীয়ই পালে স্থান
      Share on FacebookShare on TwitterWhatsApp

      ২০২৪ বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিলে টেষ্ট দল। দলটোত যশপ্ৰীত বুমৰাহৰ লগতে যশস্বী জয়ছৱাল আৰু ৰবীন্দ্ৰ জাদেজাই স্থান লাভ কৰিছে। দলটোত ইংলেণ্ডৰ চাৰিজন খেলুৱৈয়ে স্থান লাভ কৰাৰ বিপৰীতে কেন উইলিয়ামছনেও স্থান লাভ কৰাত সফল হৈছে।

      এই দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স।

      আই চি চিয়ে ঘোষণা কৰা দলটোত স্থান লাভ কৰা তিনিওজন ভাৰতীয়ই যোৱা বছৰ উজ্বল প্ৰদৰ্শন আগবঢ়াইছিল।

      যোৱা বছৰটোত জয়ছৱালে ৫৪.৭৪ গড়ে মুঠ ১,৪৭৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। বছৰটোত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ক্ষেত্ৰত জয়ছৱালতকৈ আগত আছিল কেৱল ইংলেণ্ডৰ জ’ ৰুট।

      ইফালে ২০২৪ চনত বুমৰাহে ১৪.৯২ গড়ে ৭১টা উইকেট দখল কৰে। টেষ্ট ইতিহাসত ২০তকৈ কম গড়ত ২০০ উইকেট দখল কৰা প্ৰথমজন বেগী বলাৰ হিচাপেও পৰিগণিত হয় বুমৰাহ।

      আনহাতে যোৱা বছৰ জাদেজাই ২৯.২৭ গড়ে ৫২৭ ৰান সংগ্ৰহ কৰাৰ লগতে ২৪.২৯ গড়ে ৪৮টা উইকেট দখল কৰিছিল। এই প্ৰদৰ্শনৰ ভিত্তিতে তেওঁ আইচিচিৰ ২০২৪ বৰ্ষৰ টেষ্ট দলত স্থান লাভ কৰে।

      পেট কামিন্স (অধিনায়ক), যশশ্বী জয়ছৱাল (ভাৰত), কেন উইলিয়ামছন (নিউজিলেণ্ড), জ’ ৰুট (ইংলেণ্ড), হেৰী ব্ৰুক (ইংলেণ্ড), কামিন্দু মেণ্ডিছ, জেমী স্মিথ (উইকেটকীপাৰ, ইংলেণ্ড), ৰবীন্দ্ৰ জাদেজা (ভাৰত), মেট হেনৰী (নিউজিলেণ্ড), যশপ্ৰীত বুমৰাহ (ভাৰত)

      Tags: ICCJasprit BumrahRavindra JadejaTest TeamYashasvi Jaiswal

      Related Posts

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…
      Top News

      July 23, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 23, 2025
      শিক্ষাৰ্থীৰে ভৰা বাহনত প্ৰচণ্ড খুন্দা ট্ৰাকৰ; চালকসহ ৩জন ছাত্ৰৰ মৃত্যু
      Top News

      চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; মাতৃ-পুত্ৰৰ মৃত্যু

      July 22, 2025
      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…

      ভোটাৰ তালিকাত নাম সোমাবলৈ কেৱল আধাৰ, ৰেশ্যন কাৰ্ডেই পৰ্যাপ্ত নহয় : সৰ্বোচ্চ ন্যায়ালয়ত নিৰ্বাচন আয়োগ

      ধনখড়ৰ পদত্যাগৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ হৰিবংশ নাৰায়ণৰ

      শীৰ্ষ সংবাদ

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; মাতৃ-পুত্ৰৰ মৃত্যু

      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…

      ভোটাৰ তালিকাত নাম সোমাবলৈ কেৱল আধাৰ, ৰেশ্যন কাৰ্ডেই পৰ্যাপ্ত নহয় : সৰ্বোচ্চ ন্যায়ালয়ত নিৰ্বাচন আয়োগ

      ধনখড়ৰ পদত্যাগৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ হৰিবংশ নাৰায়ণৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist