• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৪ বৰ্ষৰ টেষ্ট দল ঘোষণা ICCৰ; বুমৰাহসহ তিনিগৰাকী ভাৰতীয়ই পালে স্থান

Nation NE by Nation NE
January 24, 2025
in Top News, ক্ৰীড়া
0 0
২০২৪ বৰ্ষৰ টেষ্ট দল ঘোষণা ICCৰ; বুমৰাহসহ তিনিগৰাকী ভাৰতীয়ই পালে স্থান
Share on FacebookShare on TwitterWhatsApp

২০২৪ বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিলে টেষ্ট দল। দলটোত যশপ্ৰীত বুমৰাহৰ লগতে যশস্বী জয়ছৱাল আৰু ৰবীন্দ্ৰ জাদেজাই স্থান লাভ কৰিছে। দলটোত ইংলেণ্ডৰ চাৰিজন খেলুৱৈয়ে স্থান লাভ কৰাৰ বিপৰীতে কেন উইলিয়ামছনেও স্থান লাভ কৰাত সফল হৈছে।

এই দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স।

আই চি চিয়ে ঘোষণা কৰা দলটোত স্থান লাভ কৰা তিনিওজন ভাৰতীয়ই যোৱা বছৰ উজ্বল প্ৰদৰ্শন আগবঢ়াইছিল।

যোৱা বছৰটোত জয়ছৱালে ৫৪.৭৪ গড়ে মুঠ ১,৪৭৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। বছৰটোত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ক্ষেত্ৰত জয়ছৱালতকৈ আগত আছিল কেৱল ইংলেণ্ডৰ জ’ ৰুট।

ইফালে ২০২৪ চনত বুমৰাহে ১৪.৯২ গড়ে ৭১টা উইকেট দখল কৰে। টেষ্ট ইতিহাসত ২০তকৈ কম গড়ত ২০০ উইকেট দখল কৰা প্ৰথমজন বেগী বলাৰ হিচাপেও পৰিগণিত হয় বুমৰাহ।

আনহাতে যোৱা বছৰ জাদেজাই ২৯.২৭ গড়ে ৫২৭ ৰান সংগ্ৰহ কৰাৰ লগতে ২৪.২৯ গড়ে ৪৮টা উইকেট দখল কৰিছিল। এই প্ৰদৰ্শনৰ ভিত্তিতে তেওঁ আইচিচিৰ ২০২৪ বৰ্ষৰ টেষ্ট দলত স্থান লাভ কৰে।

পেট কামিন্স (অধিনায়ক), যশশ্বী জয়ছৱাল (ভাৰত), কেন উইলিয়ামছন (নিউজিলেণ্ড), জ’ ৰুট (ইংলেণ্ড), হেৰী ব্ৰুক (ইংলেণ্ড), কামিন্দু মেণ্ডিছ, জেমী স্মিথ (উইকেটকীপাৰ, ইংলেণ্ড), ৰবীন্দ্ৰ জাদেজা (ভাৰত), মেট হেনৰী (নিউজিলেণ্ড), যশপ্ৰীত বুমৰাহ (ভাৰত)

Tags: ICCJasprit BumrahRavindra JadejaTest TeamYashasvi Jaiswal

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025