• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০১৩, ২০১৭ আৰু এইবাৰ… একেৰাহে তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত

Nation NE by Nation NE
March 4, 2025
in Top News, ক্ৰীড়া
0 0
২০১৩, ২০১৭ আৰু এইবাৰ… একেৰাহে তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত
Share on FacebookShare on TwitterWhatsApp

অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। ডুবাইত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি ২৬৪ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৬টা উইকেট হেৰুৱাই ১১টা বল বাকী থাকোতেই মেচখন জয়ী হয়।

ভাৰতৰ এই বিজয়ত সবাটোকৈ বৃহত অৱদান আগবঢ়াই বিৰাট কোহলীয়ে। এটা সময়ত শুভমন গীল আৰু ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰে সুন্দৰভাৱে ক্ৰিজত থাকি মেচখন ভাৰতৰ পক্ষত লৈ আনে।

বিৰাট কোহলীয়ে ৮৪ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে শ্ৰেয়াছ আয়াৰে আগবঢ়াই ৪৫ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান। আনহাতে মেচৰ শেষৰপিনে কে এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াইও দৃঢ়তাৰে খেলি ভাৰতক বিজয়ৰ দিশে লৈ যায়। ৰাহুলে ৪২ ৰান কৰাৰ বিপৰীতে পাণ্ডিয়াই খেলে ২৮ ৰানৰ ইনিংছ।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ অধিনায়ক গ্ৰেম স্মিথৰ ৭৩ আৰু এলেক্স কেৰীৰ ৬১ ৰানৰ গুৰুত্বপূৰ্ণ অৱদানেৰে ২৬৫ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতক। ভাৰতৰ হৈ মহম্মদ ছামী সৰ্বাধিক তিনিটা উইকেট লাভ কৰাৰ বিপৰীতে বৰুণ চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ জাদেজাই দুটাকৈ উইকেট লাভ কৰে। পাণ্ডিয়া আৰু অক্সৰেও লাভ কৰে এটাকৈ উইকেট।

স্মৰ্তব্য যে চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশৰ হেট্ৰিক অৰ্জন কৰিছে ভাৰতে। ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াই ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছিল। ইয়াৰ পিছত ২০১৭ চনত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতে প্ৰৱেশ কৰিছিল যদিও পাকিস্তানৰ হাতত ১৮০ ৰানৰ বৃহৎ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

২০১৭ চনৰ কথা পাহৰি এইবাৰৰ প্ৰতিযোগিতা অৱতীৰ্ণ হোৱা ভাৰতে পুনৰবাৰ অৰ্থাত একেৰাহে তৃতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰি ট্ৰফী জয়ৰ চেষ্টা চলাব। কাইলৈ দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলৰ বিজয়ী দলৰ লগত অহা ৯ মাৰ্চত মুখামুখি হ’ব ভাৰত।

আজিৰ মেচখনত ভাৰতৰ বিৰাট কোহলীয়ে মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰে।

Tags: Champions TrophyIndiaVirat Kohli

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025