• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০১৩, ২০১৭ আৰু এইবাৰ… একেৰাহে তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত

Nation NE by Nation NE
March 4, 2025
in Top News, ক্ৰীড়া
0 0
২০১৩, ২০১৭ আৰু এইবাৰ… একেৰাহে তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত
Share on FacebookShare on TwitterWhatsApp

অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। ডুবাইত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি ২৬৪ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৬টা উইকেট হেৰুৱাই ১১টা বল বাকী থাকোতেই মেচখন জয়ী হয়।

ভাৰতৰ এই বিজয়ত সবাটোকৈ বৃহত অৱদান আগবঢ়াই বিৰাট কোহলীয়ে। এটা সময়ত শুভমন গীল আৰু ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰে সুন্দৰভাৱে ক্ৰিজত থাকি মেচখন ভাৰতৰ পক্ষত লৈ আনে।

বিৰাট কোহলীয়ে ৮৪ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে শ্ৰেয়াছ আয়াৰে আগবঢ়াই ৪৫ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান। আনহাতে মেচৰ শেষৰপিনে কে এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াইও দৃঢ়তাৰে খেলি ভাৰতক বিজয়ৰ দিশে লৈ যায়। ৰাহুলে ৪২ ৰান কৰাৰ বিপৰীতে পাণ্ডিয়াই খেলে ২৮ ৰানৰ ইনিংছ।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ অধিনায়ক গ্ৰেম স্মিথৰ ৭৩ আৰু এলেক্স কেৰীৰ ৬১ ৰানৰ গুৰুত্বপূৰ্ণ অৱদানেৰে ২৬৫ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতক। ভাৰতৰ হৈ মহম্মদ ছামী সৰ্বাধিক তিনিটা উইকেট লাভ কৰাৰ বিপৰীতে বৰুণ চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ জাদেজাই দুটাকৈ উইকেট লাভ কৰে। পাণ্ডিয়া আৰু অক্সৰেও লাভ কৰে এটাকৈ উইকেট।

স্মৰ্তব্য যে চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশৰ হেট্ৰিক অৰ্জন কৰিছে ভাৰতে। ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াই ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছিল। ইয়াৰ পিছত ২০১৭ চনত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতে প্ৰৱেশ কৰিছিল যদিও পাকিস্তানৰ হাতত ১৮০ ৰানৰ বৃহৎ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

২০১৭ চনৰ কথা পাহৰি এইবাৰৰ প্ৰতিযোগিতা অৱতীৰ্ণ হোৱা ভাৰতে পুনৰবাৰ অৰ্থাত একেৰাহে তৃতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰি ট্ৰফী জয়ৰ চেষ্টা চলাব। কাইলৈ দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলৰ বিজয়ী দলৰ লগত অহা ৯ মাৰ্চত মুখামুখি হ’ব ভাৰত।

আজিৰ মেচখনত ভাৰতৰ বিৰাট কোহলীয়ে মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰে।

Tags: Champions TrophyIndiaVirat Kohli

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025