• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫ বৰ্ষত কিমানখন এদিনীয়া মেচত অংশ ল’ব ভাৰতে; জানো আহক সম্পূৰ্ণ সূচী

Nation NE by Nation NE
December 31, 2024
in Top News, ক্ৰীড়া
0 0
২০২৫ বৰ্ষত কিমানখন এদিনীয়া মেচত অংশ ল’ব ভাৰতে; জানো আহক সম্পূৰ্ণ সূচী
Share on FacebookShare on TwitterWhatsApp

২০২৪ বৰ্ষত মিশ্ৰিত আছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শন। ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰাৰ বিপৰীতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দুখন টেষ্ট মেচ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এতিয়া ২০২৫ চনত ভাৰতীয় দলটোৱে নিজৰ খেল আৰু অধিক উন্নত কৰাৰ বাবে সাজু হৈছে। ২০২৫ চনত টিম ইণ্ডিয়াৰ সূচী অতি ব্যস্ত হ’ব।

ভাৰতীয় দলটোৱে টেষ্ট, এদিনীয়া আৰু টি-২০কে ধৰি ৫০খনতকৈও অধিক মেচ খেলিব লাগিব। এই সূচী খেলুৱৈ আৰু অনুৰাগীৰ বাবে ৰোমাঞ্চ আৰু প্ৰত্যাহ্বানৰে ভৰা হ’ব। এনে পৰিস্থিতিত ২০২৫ চনত ভাৰতৰ এদিনীয়া শৃংখলা কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব, তাৰ লগতে সম্পূৰ্ণ সময়সূচীও জানো আহক।

ফেব্ৰুৱাৰীঃ ভাৰত বনাম ইংলেণ্ড

৬ ফেব্ৰুৱাৰীত নাগপুৰত প্ৰথম এদিনীয়া

৯ ফেব্ৰুৱাৰীত কটকত দ্বিতীয় এদিনীয়া

১২ ফেব্ৰুৱাৰীত আহমেদাবাদত তৃতীয় এদিনীয়া

ফেব্ৰুৱাৰী-মাৰ্চ: চেম্পিয়নছ ট্ৰফী ২০২৫

২০ ফেব্ৰুৱাৰীত ভাৰত বনাম বাংলাদেশ (ডুবাই)

২৩ ফেব্ৰুৱাৰীত ভাৰত বনাম পাকিস্তান (ডুবাই)

২ মাৰ্চত ভাৰত বনাম নিউজিলেণ্ড (ডুবাই)

যদি টিম ইণ্ডিয়াই যোগ্যতা অৰ্জন কৰে তেন্তে ৪ মাৰ্চত অনুষ্ঠিত হ’ব ছেমি ফাইনেল। যদি টিম ইণ্ডিয়াই ছেমি ফাইনেলত জয়লাভ কৰে তেন্তে ৯ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল।

আগষ্টঃ ভাৰত বনাম বাংলাদেশ

আগষ্ট মাহত ভাৰতে বাংলাদেশ ভ্ৰমণ কৰিব, য’ত দুয়োটা দলৰ মাজত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ অনুষ্ঠিত হ’ব।

নৱেম্বৰ : ভাৰত বনাম অষ্ট্ৰেলিয়া

নৱেম্বৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতে, য’ত দুয়োটা দলে তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ খেলিব।

নৱেম্বৰ-ডিচেম্বৰ : ভাৰত বনাম দক্ষিণ আফ্ৰিকা

ভাৰতীয় দলটোৱে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ সৈতে তিনিওটা ফৰ্মেটতে খেলিব। এই সময়ছোৱাত দুয়োটা দলৰ মাজত দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব।

এছিয়া কাপ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল

২০২৫ চনত কেৱল চেম্পিয়নছ ট্ৰফীয়ে অনুষ্ঠিত নহয়। আচলতে এই বছৰ আমি আৰু দুখন ডাঙৰ টুৰ্ণামেণ্ট দেখিবলৈ পাম। প্ৰথম কথা, ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখন জুন মাহত লণ্ডনৰ লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি টি-২০ এছিয়া কাপতো অংশ ল’ব ভাৰতে।

Tags: Indian CricketODIT-20Test

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025