• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫ বৰ্ষত কিমানখন এদিনীয়া মেচত অংশ ল’ব ভাৰতে; জানো আহক সম্পূৰ্ণ সূচী

Nation NE by Nation NE
December 31, 2024
in Top News, ক্ৰীড়া
0 0
২০২৫ বৰ্ষত কিমানখন এদিনীয়া মেচত অংশ ল’ব ভাৰতে; জানো আহক সম্পূৰ্ণ সূচী
Share on FacebookShare on TwitterWhatsApp

২০২৪ বৰ্ষত মিশ্ৰিত আছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শন। ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰাৰ বিপৰীতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দুখন টেষ্ট মেচ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এতিয়া ২০২৫ চনত ভাৰতীয় দলটোৱে নিজৰ খেল আৰু অধিক উন্নত কৰাৰ বাবে সাজু হৈছে। ২০২৫ চনত টিম ইণ্ডিয়াৰ সূচী অতি ব্যস্ত হ’ব।

ভাৰতীয় দলটোৱে টেষ্ট, এদিনীয়া আৰু টি-২০কে ধৰি ৫০খনতকৈও অধিক মেচ খেলিব লাগিব। এই সূচী খেলুৱৈ আৰু অনুৰাগীৰ বাবে ৰোমাঞ্চ আৰু প্ৰত্যাহ্বানৰে ভৰা হ’ব। এনে পৰিস্থিতিত ২০২৫ চনত ভাৰতৰ এদিনীয়া শৃংখলা কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব, তাৰ লগতে সম্পূৰ্ণ সময়সূচীও জানো আহক।

ফেব্ৰুৱাৰীঃ ভাৰত বনাম ইংলেণ্ড

৬ ফেব্ৰুৱাৰীত নাগপুৰত প্ৰথম এদিনীয়া

৯ ফেব্ৰুৱাৰীত কটকত দ্বিতীয় এদিনীয়া

১২ ফেব্ৰুৱাৰীত আহমেদাবাদত তৃতীয় এদিনীয়া

ফেব্ৰুৱাৰী-মাৰ্চ: চেম্পিয়নছ ট্ৰফী ২০২৫

২০ ফেব্ৰুৱাৰীত ভাৰত বনাম বাংলাদেশ (ডুবাই)

২৩ ফেব্ৰুৱাৰীত ভাৰত বনাম পাকিস্তান (ডুবাই)

২ মাৰ্চত ভাৰত বনাম নিউজিলেণ্ড (ডুবাই)

যদি টিম ইণ্ডিয়াই যোগ্যতা অৰ্জন কৰে তেন্তে ৪ মাৰ্চত অনুষ্ঠিত হ’ব ছেমি ফাইনেল। যদি টিম ইণ্ডিয়াই ছেমি ফাইনেলত জয়লাভ কৰে তেন্তে ৯ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল।

আগষ্টঃ ভাৰত বনাম বাংলাদেশ

আগষ্ট মাহত ভাৰতে বাংলাদেশ ভ্ৰমণ কৰিব, য’ত দুয়োটা দলৰ মাজত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ অনুষ্ঠিত হ’ব।

নৱেম্বৰ : ভাৰত বনাম অষ্ট্ৰেলিয়া

নৱেম্বৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতে, য’ত দুয়োটা দলে তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ খেলিব।

নৱেম্বৰ-ডিচেম্বৰ : ভাৰত বনাম দক্ষিণ আফ্ৰিকা

ভাৰতীয় দলটোৱে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ সৈতে তিনিওটা ফৰ্মেটতে খেলিব। এই সময়ছোৱাত দুয়োটা দলৰ মাজত দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব।

এছিয়া কাপ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল

২০২৫ চনত কেৱল চেম্পিয়নছ ট্ৰফীয়ে অনুষ্ঠিত নহয়। আচলতে এই বছৰ আমি আৰু দুখন ডাঙৰ টুৰ্ণামেণ্ট দেখিবলৈ পাম। প্ৰথম কথা, ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখন জুন মাহত লণ্ডনৰ লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি টি-২০ এছিয়া কাপতো অংশ ল’ব ভাৰতে।

Tags: Indian CricketODIT-20Test

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025