• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
22 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মাইক্ৰ’ছফ্টৰ অচলাৱস্থাৰ বাবে ৫৩০০ কোটি টকাৰ লোকচান ইণ্ডিগোৰ

Nation NE by Nation NE
July 20, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মাইক্ৰ’ছফ্টৰ অচলাৱস্থাৰ বাবে ৫৩০০ কোটি টকাৰ লোকচান ইণ্ডিগোৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মাইক্ৰ’ছফ্টৰ অচলাৱস্থাৰ প্ৰভাৱ কেৱল আমেৰিকাতেই নহয়, বিশ্বৰ সকলো দেশতে দেখা দিছিল। ইয়াৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছিল এয়াৰলাইন্স কোম্পানীত। কালিৰ দিনটোত সমগ্ৰ বিশ্বতে বিমান সংস্থাৰ পৰিচালনা ব্যাহত হৈ পৰে, যাৰ ফলত এয়াৰলাইন্স কোম্পানীসমূহৰ শ্বেয়াৰ যথেষ্ট পৰিমানে হ্বাস পোৱা পৰিলক্ষিত হৈছে।

যদি ভাৰতৰ কথা উল্লেখ কৰো তেন্তে, দেশৰ সৰ্ববৃহত এয়াৰলাইন ইণ্ডিগোৰ শ্বেয়াৰত অভাৱনীয় খহনীয়া দেখা গৈছে, যাৰ পৰিণতিত কোম্পানীটোৰ প্ৰায় ৫৩০০ কোটি টকাৰ লোকচান হয়।

ইণ্ডিগোৱে স্পষ্ট কৰি দিছে যে বন্ধৰ দিনতো যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ’ব পাৰে। যদিও পুনৰ বিমান সেৱা আৰম্ভ হৈছে কিন্তু বেকলগ ক্লিয়াৰ কৰিবলৈ কিছু সময় লাগিব পাৰে।

কোম্পানীটোৱে যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে তেওঁলোকৰ বিমানৰ অৱস্থিতিৰ পৰীক্ষা কৰিবলৈ কয়। লগতে যদি কোনো যাত্ৰীৰ বিমান বাতিল হয় তেন্তে তেওঁলোকে বিকল্প বিমান বা সম্পূৰ্ণ ধন ঘূৰাই পোৱাৰ বাবে আবেদন কৰিব পাৰে বুলিও কোৱা হৈছে।

উল্লেখ্য যে, শুকুৰবাৰে মাইক্ৰ’ছফ্টৰ অচলাৱস্থাৰ বাবে সমগ্ৰ বিশ্বজুৰি চাইবাৰ জগতৰ সৈতে সম্পৰ্ক থকা সেৱা, ব্যৱসায়, কাম-কাজ ব্যাহত হৈ পৰে। বিমান, বেংক, ষ্টক একচেঞ্জ, ডিজিটেল লেনদেন আৰু জৰুৰী সেৱাত ব্যাপক প্ৰভাৱ পৰে।

বিশ্বৰ বহু ঠাইত বিমানৰ উৰণত পলম হয়, কিছু বিমান বাতিলো কৰা হয়, বেংকৰ কাম-কাজ, ষ্টক একচেঞ্জৰ কাম-কাজ স্থবিৰ হৈ পৰে তথা ডিজিটেল লেনদেনো ব্যাহত হয়।

Tags: IndiGoMicrosoft ServerServer FailureStock Market

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025