• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এলত কোনটো দলে কোনজন খেলুৱৈক ৰাখিব ৰিটেইনড খেলুৱৈ হিচাপে?

Nation NE by Nation NE
October 31, 2024
in Top News, ক্ৰীড়া
0 0
আই পি এলত কোনটো দলে কোনজন খেলুৱৈক ৰাখিব ৰিটেইনড খেলুৱৈ হিচাপে?
Share on FacebookShare on TwitterWhatsApp

আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে ৰিটেইনড খেলুৱৈৰ তালিকা প্ৰকাশৰ অন্তিম তাৰিখ আজি সমাপ্ত। সন্ধিয়াৰ ভিতৰত ১০টা দলৰ সকলো ৰিটেনচন ছবি প্ৰকাশ কৰা হ’ব। ৰিটেনচনৰ সৈতে জড়িত প্ৰতিটো আপডেট জানো আহক-

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিকোলাছ পুৰাণৰ লগতে মায়ংক যাদৱ, ৰবি বিষ্ণোই, মহছিন খান আৰু আয়ুষ বদোনীক ৰাখিব পাৰে। আনহাতে অধিনায়ক কে এল ৰাহুল, মাৰ্কাছ ষ্ট’ইনিছ আৰু কুইণ্টন ডি ককৰ দৰে খেলুৱৈক নিলামৰ বাবে মুকলি কৰি দিয়াৰ সম্ভৱনা আছে।

গুজৰাট টাইটানছ

গুজৰাট টাইটানছৰ দলটোৱে অধিনায়ক শুভমান গীল, ৰছিদ খান, ছাই সুদৰ্শন, ৰাহুল তেৱাটিয়া আৰু শ্বাহৰুখ খানক ৰাখিব পাৰে। আনহাতে মহম্মদ ছাম্মি, ডেভিদ মিলাৰ, উমেশ যাদৱ, কেন উইলিয়ামছনৰ দৰে অভিজ্ঞ খেলুৱৈক মুকলি কৰি দিয়াৰ সম্ভৱনা আছে।

পঞ্জাৱ কিংছ

পঞ্জাৱ কিংছৰ দলটোৱে কেৱল শশাংক সিং আৰু প্ৰভসীমৰণ সিঙক ৰাখিবলৈ চিন্তা কৰিছে। আৰ্ছদীপ সিং, কাগিছ’ ৰাবাদা, জনী বেয়াৰষ্ট’, লিয়াম লিভিংষ্টনৰ দৰে বিখ্যাত খেলুৱৈকো সকলোৰে সৈতে মুকলি কৰি দিয়াৰ সম্ভৱনা আছে, ইফালে অৱসৰ গ্ৰহণ কৰিছে শিখৰ ধাৱানে।

ৰাজস্থান ৰয়েলছ

ৰাজস্থান ৰয়েলছত অধিনায়ক সঞ্জু চেমছন, যশস্বী জয়ছৱাল, ৰিয়ান পৰাগ আৰু সন্দীপ শৰ্মাক ৰাখিব পাৰে, আনহাতে ধ্ৰুৱ জুৰেলৰো চৰ্চা চলি আছে। জোছ বাটলাৰ, যুজবেন্দ্ৰ চাহাল, ট্ৰেণ্ট ব’ল্ট আৰু ৰবিচন্দ্ৰন অশ্বিনকে ধৰি বাকী খেলুৱৈসকলক মুকলি কৰি দিব পাৰে।

আই পি এল ২০২৫  ৰিটেচন ক’ত চাব পাৰিব লাইভত-

আই পি এল ২০২৫  ৰিটেচন লাইভ মোবাইলত চাব বিচাৰিলে, তেন্তে আমি জিঅ’ চিনেমা এপত থাকিব লাগিব। সন্ধিয়া ৪:৩০ বজাৰ পৰা জিঅ’ চিনেমাত ইয়াৰ লাইভ ষ্ট্ৰীমিং আৰম্ভ হ’ব। টিভিত ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত ইয়াৰ লাইভ প্ৰচাৰ কৰা হ’ব।

আই পি এল ২০২৫ ৰ বাবে কোনো দলে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। আজি বিয়লি ৪.৩০ বজাৰ পৰা ৰিটেইনড খেলুৱৈৰ তালিকা আহিব পাৰে।

নৱেম্বৰ মাহত হ’ব পাৰে আই পি এল ২০২৫ৰ মেগা নিলাম। সন্ধিয়াৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ১০টা দলৰ আটাইকেইটা দলৰ ৰিটেইনড খেলুৱৈৰ নাম। ইয়াৰ পিছত ছবিবোৰ স্পষ্ট হৈ পৰিব আৰু এইবাৰ কোনজন খেলুৱৈয়ে মেগা নিলামত প্ৰৱেশ কৰিব সেয়া জানিব পৰা যাব। প্ৰতিবেদন অনুসৰি, কে এল ৰাহুল, ঋষভ পন্ত, শ্ৰেয়াছ আয়াৰৰ দৰে বহু ডাঙৰ খেলুৱৈক মুকলি কৰি মেগা নিলামত প্ৰৱেশ কৰিবলৈ ওলাইছে।

Tags: #cricketIPLSports

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025