• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এলত কোনটো দলে কোনজন খেলুৱৈক ৰাখিব ৰিটেইনড খেলুৱৈ হিচাপে?

Nation NE by Nation NE
October 31, 2024
in Top News, ক্ৰীড়া
0 0
আই পি এলত কোনটো দলে কোনজন খেলুৱৈক ৰাখিব ৰিটেইনড খেলুৱৈ হিচাপে?
Share on FacebookShare on TwitterWhatsApp

আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে ৰিটেইনড খেলুৱৈৰ তালিকা প্ৰকাশৰ অন্তিম তাৰিখ আজি সমাপ্ত। সন্ধিয়াৰ ভিতৰত ১০টা দলৰ সকলো ৰিটেনচন ছবি প্ৰকাশ কৰা হ’ব। ৰিটেনচনৰ সৈতে জড়িত প্ৰতিটো আপডেট জানো আহক-

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিকোলাছ পুৰাণৰ লগতে মায়ংক যাদৱ, ৰবি বিষ্ণোই, মহছিন খান আৰু আয়ুষ বদোনীক ৰাখিব পাৰে। আনহাতে অধিনায়ক কে এল ৰাহুল, মাৰ্কাছ ষ্ট’ইনিছ আৰু কুইণ্টন ডি ককৰ দৰে খেলুৱৈক নিলামৰ বাবে মুকলি কৰি দিয়াৰ সম্ভৱনা আছে।

গুজৰাট টাইটানছ

গুজৰাট টাইটানছৰ দলটোৱে অধিনায়ক শুভমান গীল, ৰছিদ খান, ছাই সুদৰ্শন, ৰাহুল তেৱাটিয়া আৰু শ্বাহৰুখ খানক ৰাখিব পাৰে। আনহাতে মহম্মদ ছাম্মি, ডেভিদ মিলাৰ, উমেশ যাদৱ, কেন উইলিয়ামছনৰ দৰে অভিজ্ঞ খেলুৱৈক মুকলি কৰি দিয়াৰ সম্ভৱনা আছে।

পঞ্জাৱ কিংছ

পঞ্জাৱ কিংছৰ দলটোৱে কেৱল শশাংক সিং আৰু প্ৰভসীমৰণ সিঙক ৰাখিবলৈ চিন্তা কৰিছে। আৰ্ছদীপ সিং, কাগিছ’ ৰাবাদা, জনী বেয়াৰষ্ট’, লিয়াম লিভিংষ্টনৰ দৰে বিখ্যাত খেলুৱৈকো সকলোৰে সৈতে মুকলি কৰি দিয়াৰ সম্ভৱনা আছে, ইফালে অৱসৰ গ্ৰহণ কৰিছে শিখৰ ধাৱানে।

ৰাজস্থান ৰয়েলছ

ৰাজস্থান ৰয়েলছত অধিনায়ক সঞ্জু চেমছন, যশস্বী জয়ছৱাল, ৰিয়ান পৰাগ আৰু সন্দীপ শৰ্মাক ৰাখিব পাৰে, আনহাতে ধ্ৰুৱ জুৰেলৰো চৰ্চা চলি আছে। জোছ বাটলাৰ, যুজবেন্দ্ৰ চাহাল, ট্ৰেণ্ট ব’ল্ট আৰু ৰবিচন্দ্ৰন অশ্বিনকে ধৰি বাকী খেলুৱৈসকলক মুকলি কৰি দিব পাৰে।

আই পি এল ২০২৫  ৰিটেচন ক’ত চাব পাৰিব লাইভত-

আই পি এল ২০২৫  ৰিটেচন লাইভ মোবাইলত চাব বিচাৰিলে, তেন্তে আমি জিঅ’ চিনেমা এপত থাকিব লাগিব। সন্ধিয়া ৪:৩০ বজাৰ পৰা জিঅ’ চিনেমাত ইয়াৰ লাইভ ষ্ট্ৰীমিং আৰম্ভ হ’ব। টিভিত ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত ইয়াৰ লাইভ প্ৰচাৰ কৰা হ’ব।

আই পি এল ২০২৫ ৰ বাবে কোনো দলে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। আজি বিয়লি ৪.৩০ বজাৰ পৰা ৰিটেইনড খেলুৱৈৰ তালিকা আহিব পাৰে।

নৱেম্বৰ মাহত হ’ব পাৰে আই পি এল ২০২৫ৰ মেগা নিলাম। সন্ধিয়াৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ১০টা দলৰ আটাইকেইটা দলৰ ৰিটেইনড খেলুৱৈৰ নাম। ইয়াৰ পিছত ছবিবোৰ স্পষ্ট হৈ পৰিব আৰু এইবাৰ কোনজন খেলুৱৈয়ে মেগা নিলামত প্ৰৱেশ কৰিব সেয়া জানিব পৰা যাব। প্ৰতিবেদন অনুসৰি, কে এল ৰাহুল, ঋষভ পন্ত, শ্ৰেয়াছ আয়াৰৰ দৰে বহু ডাঙৰ খেলুৱৈক মুকলি কৰি মেগা নিলামত প্ৰৱেশ কৰিবলৈ ওলাইছে।

Tags: #cricketIPLSports

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025