• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ড্ৰোন আৰু এপৰ দ্বাৰা মহিলাৰ হিজাব নিৰীক্ষণ! ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ফাদিল এই তথ্য

Nation NE by Nation NE
March 15, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ড্ৰোন আৰু এপৰ দ্বাৰা মহিলাৰ হিজাব নিৰীক্ষণ! ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ফাদিল এই তথ্য
Share on FacebookShare on TwitterWhatsApp

ইৰাণৰ আইন অতি কঠোৰ। ইয়াত হিজাব পৰিধান নকৰা মহিলাসকলক শাস্তি প্ৰদান কৰা হয়। মাজে মাজে ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু বাতৰি ভাইৰেল হৈ পৰে।

ইৰাণত হিজাব সম্পৰ্কে এখন আইন আছে, সেই অনুসৰি প্ৰতিগৰাকী মহিলাই হিজাব পিন্ধাটো বাধ্যতামূলক। এই হিজাব সন্দৰ্ভত এক চাঞ্চল্যকৰ প্ৰতিবেদন ওলাইছে।

১৪ মাৰ্চত প্ৰকাশিত ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ইৰাণে মহিলাৰ ওপৰত হিজাব আইন বলবৎ কৰিবলৈ ড্ৰোন, মুখ চিনাক্তকৰণ প্ৰযুক্তি আৰু নাগৰিক প্ৰতিবেদন এপ ব্যৱহাৰ কৰিছে। প্ৰতিবেদনত সাজ-পোছাক নিয়ম উলংঘা কৰা মহিলাসকলৰ ওপৰত চোৰাংচোৱাগিৰি আৰু শাস্তি দিয়াৰ ঘটনাও দেখা গৈছে।

এই কাৰ্য্যৰ মূল কেন্দ্ৰবিন্দু হৈছে চৰকাৰী সমৰ্থিত “নাজাৰ” মোবাইল এপ্লিকেচন। যাৰ ফলত নাগৰিক আৰু আৰক্ষীয়ে মহিলাসকলক অভিযোগ কৰা উলংঘাৰ খবৰ দিব পাৰে। এই এপটোৱে হিজাব আইন উলংঘা কৰাসকলক সকীয়াই দিব  আৰু এই সতৰ্কবাণীক আওকাণ কৰিলে তেওঁলোকৰ বাহনো জব্দ কৰা হ’ব।

এক গৱেষণাত দেখা গৈছে যে, ৰাজধানী তেহৰাণ আৰু দক্ষিণ ইৰাণতো কৰ্তৃপক্ষই ৰাজহুৱা স্থান নিৰীক্ষণ আৰু হিজাব নিৰীক্ষণৰ বাবে আকাশী ড্ৰোন নিয়োগ কৰিছে, ইয়াৰ উপৰিও ৰাজপথত বহু উচ্চ প্ৰযুক্তিৰ কেমেৰাও স্থাপন কৰিছে।

ইৰাণত কাৰ্যকৰী হোৱা এই নতুন আইনসমূহ কেৱল দেশৰ ভিতৰতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিতৰ্কৰ কাৰণ হৈ পৰিছে। মানৱ অধিকাৰ সংগঠন আৰু বিশ্ব সমাজে এই আইনক নাৰীৰ অধিকাৰ উলংঘা বুলি গণ্য কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে কয় যে, এই পদক্ষেপে নাৰীৰ স্বাধীনতা আৰু অধিকাৰ খৰ্ব কৰিছে।

Tags: DroneHIZABmuslim

Related Posts

দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 12, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

শীৰ্ষ সংবাদ

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025