• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
30 °c
Guwahati
31 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পুনৰ গাজাৰ হাস্পতালত ইজৰাইলৰ তাণ্ডৱ, অতিক্ৰম কৰিলে ৫০ হাজাৰ

      Nation NE by Nation NE
      March 24, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      বিপদে লগ এৰা নাই বেঞ্জামিন নেতান্যাহুৰ! এইবাৰ পত্নীৰ বিৰুদ্ধে আৰম্ভ তদন্ত
      Share on FacebookShare on TwitterWhatsApp

      ইজৰাইলে গাজাত পুনৰ আক্ৰমণ আৰম্ভ কৰাৰ পাছৰে পৰা ৭০০ৰো অধিক পেলেষ্টাইনীয়ে প্ৰাণ হেৰুৱায়। সোমবাৰে ইজৰাইলী সেনাই গাজাৰ নাছেৰ হাস্পতালত আক্ৰমণ চলোৱাৰ ফলত হামাছৰ নেতা ইছমাইল বৰহৌমকে ধৰি কমেও দুজন লোকৰ প্ৰাণহানি হয়।

      ইজৰাইলী বাহিনীয়ে গাজাৰ আল-মাৱাছিত তম্বুত বোমা বিস্ফোৰণ ঘটাই হামাছৰ ৰাজনৈতিক ব্যুৰোৰ আন এজন সদস্য ছালাহ আল-বৰ্দাৱীক শেষ কৰাৰ কেইঘণ্টামানৰ পিছতেই এই কাণ্ড সংঘটিত হয়।

      ইফালে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে নতুন পৰিসংখ্যা প্ৰকাশ কৰি কয় যে, গাজাৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই কমেও ৫০,০২১ জন পেলেষ্টাইনী লোকৰ প্ৰাণ হেৰুওৱা বুলি নিশ্চিত হয় আৰু ১১৩,২৭৪ জন আহত হয়।

      গাজাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কাৰ্যালয়ে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬১,৭০০ৰো অধিক বুলি প্ৰকাশ কৰি কয় যে ধ্বংসাৱশেষৰ তলত নিৰুদ্দেশ হোৱা হাজাৰ হাজাৰ পেলেষ্টাইনী লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।

      কেইবামাহো ধৰি যুদ্ধৰ ফলত গৃহহীন হৈ বহু পেলেষ্টাইনী লোকসকলে জানুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা যুদ্ধবিৰতিৰ ফলত নিজৰ গৃহলৈ উভতি আহে। ইজৰাইলী সেনাই দেওবাৰে কয় যে, ৰাফাহৰ এটা অংশত আক্ৰমণ আৰম্ভ কৰাৰ সময়তে দক্ষিণ গাজাৰ পৰা পেলেষ্টাইনীসকলক উলিয়াই অনাৰ নিৰ্দেশ দিয়া হৈছে।

      বিগত সপ্তাহত ইজৰাইলী সেনাই ঘোষণা কৰিছিল যে, তেওঁলোকে নেটজাৰিম কৰিডৰৰ কিছু অংশ পুনৰ দখল কৰিছে। উল্লেখ্য যে নেটজাৰিম কৰিডৰে দক্ষিণ আৰু উত্তৰ গাজাক পৃথক কৰে।

      জানুৱাৰী মাহত যুদ্ধবিৰতিৰ আৰম্ভণিতে এই কৰিডৰৰ পৰা সৈন্য আঁতৰি গৈছিল। তাত থকা হাজাৰ হাজাৰ পেলেষ্টাইনী এতিয়া ঘৰলৈ উভতি অহাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে গৃহ খালী কৰাৰ নিৰ্দেশৰ সন্মুখীন হৈছে।

      Tags: GAZAIsraelPALESSTINE

      Related Posts

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist