• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলত নেতান্যায়াহুৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা! এগৰাকী ৭০ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ

Nation NE by Nation NE
July 24, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলৰ এক নিৰাপত্তা সংস্থাই প্ৰকাশ কৰিছে এক ডাঙৰ তথ্য। প্ৰতিবেদন অনুসৰি, মধ্য ইজৰাইলৰ এজন সুপৰিচিত চৰকাৰ বিৰোধী কৰ্মীক দুসপ্তাহ পূৰ্বে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া ইজৰাইল আৰক্ষীয়েও এই বিষয়টো নিশ্চিত কৰিছে।

আৰক্ষীৰ তথ্য অনুসৰি, ৭০ বছৰীয়া মহিলাগৰাকীক আৰক্ষী আৰু শ্বিন বেট নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ব্যৱস্থাৰ বিষয়ে অস্ত্ৰ-শস্ত্ৰ আৰু তথ্য লাভ কৰিবলৈ তাই আন প্ৰতিবাদকাৰীৰ সৈতে যোগাযোগ কৰিছিল।

প্ৰতিবেদনত কোৱা হৈছে যে দুসপ্তাহ পূৰ্বে টেল আভিভৰ এই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী আৰু চৰকাৰী ভৱনৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ দি মুকলি কৰি দিয়া হৈছিল।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে মঙলবাৰে মহিলাগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক আৰু সন্ত্ৰাসবাদৰ অভিযোগ ৰুজু কৰা হৈছে। লগতে আদালতে জাৰি কৰা গেগ অৰ্ডাৰৰ বাবে সন্দেহজনক লোকজনৰ নাম আৰু ঠিকনা সম্পৰ্কে তথ্য দিব নোৱাৰাৰ কথাও উল্লেখ কৰিছে আৰক্ষীয়ে।

এতিয়ালৈকে ইজৰাইলে নিজৰ চোৰাংচোৱাৰ জৰিয়তে ইৰাণত নেতাক হত্যা কৰি আহিছে আৰু ইৰাণৰ বিৰোধী নেতা, কৰ্মী আদি ইজৰাইলৰ সৈতে সংস্পৰ্শত থকা বুলিও বহু বাতৰি প্ৰকাশ পাইছে। ইৰাণৰ পৰাও নেতানিয়াহুক হত্যাৰ আহ্বান উত্থাপন হৈছে। এনে পৰিস্থিতিত মানুহেও এই মহিলাগৰাকীক ইৰাণৰ সৈতে সংযোগ কৰি দেখিছে যে ইৰাণেও ইজৰাইলত নিজৰ চোৰাংচোৱা নেটৱৰ্ক গঢ়ি তুলিছে।

Tags: Benjamin NetanyahuConspiracyIsrael

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025

শীৰ্ষ সংবাদ

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025