• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলত নেতান্যায়াহুৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা! এগৰাকী ৭০ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ

Nation NE by Nation NE
July 24, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলৰ এক নিৰাপত্তা সংস্থাই প্ৰকাশ কৰিছে এক ডাঙৰ তথ্য। প্ৰতিবেদন অনুসৰি, মধ্য ইজৰাইলৰ এজন সুপৰিচিত চৰকাৰ বিৰোধী কৰ্মীক দুসপ্তাহ পূৰ্বে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া ইজৰাইল আৰক্ষীয়েও এই বিষয়টো নিশ্চিত কৰিছে।

আৰক্ষীৰ তথ্য অনুসৰি, ৭০ বছৰীয়া মহিলাগৰাকীক আৰক্ষী আৰু শ্বিন বেট নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ব্যৱস্থাৰ বিষয়ে অস্ত্ৰ-শস্ত্ৰ আৰু তথ্য লাভ কৰিবলৈ তাই আন প্ৰতিবাদকাৰীৰ সৈতে যোগাযোগ কৰিছিল।

প্ৰতিবেদনত কোৱা হৈছে যে দুসপ্তাহ পূৰ্বে টেল আভিভৰ এই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী আৰু চৰকাৰী ভৱনৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ দি মুকলি কৰি দিয়া হৈছিল।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে মঙলবাৰে মহিলাগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক আৰু সন্ত্ৰাসবাদৰ অভিযোগ ৰুজু কৰা হৈছে। লগতে আদালতে জাৰি কৰা গেগ অৰ্ডাৰৰ বাবে সন্দেহজনক লোকজনৰ নাম আৰু ঠিকনা সম্পৰ্কে তথ্য দিব নোৱাৰাৰ কথাও উল্লেখ কৰিছে আৰক্ষীয়ে।

এতিয়ালৈকে ইজৰাইলে নিজৰ চোৰাংচোৱাৰ জৰিয়তে ইৰাণত নেতাক হত্যা কৰি আহিছে আৰু ইৰাণৰ বিৰোধী নেতা, কৰ্মী আদি ইজৰাইলৰ সৈতে সংস্পৰ্শত থকা বুলিও বহু বাতৰি প্ৰকাশ পাইছে। ইৰাণৰ পৰাও নেতানিয়াহুক হত্যাৰ আহ্বান উত্থাপন হৈছে। এনে পৰিস্থিতিত মানুহেও এই মহিলাগৰাকীক ইৰাণৰ সৈতে সংযোগ কৰি দেখিছে যে ইৰাণেও ইজৰাইলত নিজৰ চোৰাংচোৱা নেটৱৰ্ক গঢ়ি তুলিছে।

Tags: Benjamin NetanyahuConspiracyIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025