• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মোছাদৰ লক্ষ্য হিজবুল্লাহৰ নতুন মুৰব্বী! ইজৰাইলৰ আক্ৰমণে ধাৰণ কৰে বিধ্বংসী ৰূপ

Nation NE by Nation NE
November 24, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মোছাদৰ লক্ষ্য হিজবুল্লাহৰ নতুন মুৰব্বী! ইজৰাইলৰ আক্ৰমণে ধাৰণ কৰে বিধ্বংসী ৰূপ
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলে হিজবুল্লাহক ধ্বংস কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। লেবাননৰ দক্ষিণ বেইৰুটৰ পিছত ইজৰাইলে এতিয়া হিজবুল্লাহৰ নতুন ঘাটি মধ্য বেইৰুটত আক্ৰমণ চলায়।

আইডিএফ (ইজৰাইল প্ৰতিৰক্ষা বাহিনী)য়ে প্ৰথমবাৰৰ বাবে মধ্য লেবাননৰ বেইৰুটত আক্ৰমণ কৰে। ২৩ নৱেম্বৰত তেওঁ ‘অপাৰেচন বাষ্টা’ কাৰ্যকৰী কৰে। আইডিএফৰ তীব্ৰ বোমাবৰ্ষণৰ বাবে হিজবুল্লাহে নিজৰ মুখ্য কাৰ্যালয় দক্ষিণ বেইৰুটৰ পৰা মধ্য বেইৰুটলৈ স্থানান্তৰিত কৰে। এই সিদ্ধান্ত গ্ৰহণ কৰে, হিজবুল্লাহৰ নতুন প্ৰধান নেইম কাছিমে।

২৩ নৱেম্বৰৰ পুৱাই মধ্য বেইৰুটত উপস্থিত হয় ১২খন ইজৰাইলৰ যুদ্ধ বিমান। ইজৰাইলৰ অপাৰেচন বাষ্টাত হিজবুল্লাহৰ মুখ্য কাৰ্যালয় আৰু ইয়াৰ বাংকাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়। আক্ৰমণত ধ্বংস হোৱা এই বাংকাৰটোত হিজবুল্লাহৰ নতুন প্ৰধান উপস্থিত আছিল বুলি দাবী কৰা হৈছে।

দাবী অনুসৰি, এই আক্ৰমণৰ সময়ত বাংকাৰত হিজবুল্লাহৰ নতুন মুৰব্বী নেইম কাছিম, সামৰিক শাখাৰ নতুন মুৰব্বী জেহাদ কাউন্সিলৰ মুৰব্বী তালাল হামিয়া আৰু জেহাদ কাউন্সিলৰ অধিনায়ক মহম্মদ হাইদৰ উপস্থিত আছিল। তিনিওজনকে হত্যা কৰাৰ সন্দেহ আছে, যদিও তেওঁলোকৰ মৃত্যু এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে এই আক্ৰমণত নিহত হয় হিজবুল্লাহৰ কমাণ্ডাৰ আলী মুছা।

মধ্য বেইৰুটত ইজৰাইলৰ এই বিমান আক্ৰমণত ১১ জন লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় প্ৰায় ৩৬জন লোক আহত হৈছে। য’ত নেইম কাছিমৰ মৃত্যু নিশ্চিত হোৱা নাই। একে সময়তে হিজবুল্লাহে দাবী কৰিছে যে, নেইম কাছিমৰ মৃত্যুৰ খবৰটো মাথোঁ এটা উৰাবাতৰি, যি ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰি আছে।

ইজৰাইলৰ প্ৰচণ্ড বোমাবৰ্ষণৰ বাবে হিজবুল্লাহে নিজৰ মুখ্য কাৰ্যালয় ডাহিয়া (দক্ষিণ বেইৰুট)ৰ পৰা মধ্য বেইৰুটৰ বাষ্টালৈ স্থানান্তৰিত কৰে। ইজৰাইলে হিজবুল্লাহৰ এই নতুন মুখ্য কাৰ্যালয়কো ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছে।

হিজবুল্লাহৰ প্ৰাক্তন মুৰব্বী হাছান নাছৰল্লাহক হত্যা কৰাৰ পিছত বেইৰুটত ইজৰাইলৰ এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ আৰু ধ্বংসাত্মক বিমান আক্ৰমণ।

এইবাৰ বেইৰুটত লক্ষ্য কৰি আক্ৰমণ চলালে ইজৰাইলৰ বায়ুসেনাই। আক্ৰমণৰ পূৰ্বে কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাছিল বা সাধাৰণ মানুহক অঞ্চলটো খালী কৰিবলৈ কোৱা হোৱা নাছিল।

বাষ্টাৰৰ লগতে ইজৰাইলে বেইৰুটৰ দহিয়াকে ধৰি বহু ঠাইত বোমা বিস্ফোৰণ সংঘটিত কৰে। দহিয়াত ইতিমধ্যে ইজৰাইলে হিজবুল্লাহৰ বহু অট্টালিকা ভাঙি পেলাইছে। আইডিএফে দক্ষিণ লেবাননৰ টাইৰেত হিজবুল্লাহৰ সৈতে জড়িত লক্ষ্যসমূহ ধ্বংস কৰিছে।

ইজৰাইলৰ বায়ুসেনাই ২৪ ঘণ্টাৰ ভিতৰতে হিজবুল্লাহৰ ৪৫টা ৰকেট উৎক্ষেপণ স্থান ধ্বংস কৰে। আইডিএফে লেবাননৰ লগতে ছিৰিয়াতো বিমান আক্ৰমণ চলায়।

Tags: HezbollahIranIsrael

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025