• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মোছাদৰ লক্ষ্য হিজবুল্লাহৰ নতুন মুৰব্বী! ইজৰাইলৰ আক্ৰমণে ধাৰণ কৰে বিধ্বংসী ৰূপ

Nation NE by Nation NE
November 24, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মোছাদৰ লক্ষ্য হিজবুল্লাহৰ নতুন মুৰব্বী! ইজৰাইলৰ আক্ৰমণে ধাৰণ কৰে বিধ্বংসী ৰূপ
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলে হিজবুল্লাহক ধ্বংস কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। লেবাননৰ দক্ষিণ বেইৰুটৰ পিছত ইজৰাইলে এতিয়া হিজবুল্লাহৰ নতুন ঘাটি মধ্য বেইৰুটত আক্ৰমণ চলায়।

আইডিএফ (ইজৰাইল প্ৰতিৰক্ষা বাহিনী)য়ে প্ৰথমবাৰৰ বাবে মধ্য লেবাননৰ বেইৰুটত আক্ৰমণ কৰে। ২৩ নৱেম্বৰত তেওঁ ‘অপাৰেচন বাষ্টা’ কাৰ্যকৰী কৰে। আইডিএফৰ তীব্ৰ বোমাবৰ্ষণৰ বাবে হিজবুল্লাহে নিজৰ মুখ্য কাৰ্যালয় দক্ষিণ বেইৰুটৰ পৰা মধ্য বেইৰুটলৈ স্থানান্তৰিত কৰে। এই সিদ্ধান্ত গ্ৰহণ কৰে, হিজবুল্লাহৰ নতুন প্ৰধান নেইম কাছিমে।

২৩ নৱেম্বৰৰ পুৱাই মধ্য বেইৰুটত উপস্থিত হয় ১২খন ইজৰাইলৰ যুদ্ধ বিমান। ইজৰাইলৰ অপাৰেচন বাষ্টাত হিজবুল্লাহৰ মুখ্য কাৰ্যালয় আৰু ইয়াৰ বাংকাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়। আক্ৰমণত ধ্বংস হোৱা এই বাংকাৰটোত হিজবুল্লাহৰ নতুন প্ৰধান উপস্থিত আছিল বুলি দাবী কৰা হৈছে।

দাবী অনুসৰি, এই আক্ৰমণৰ সময়ত বাংকাৰত হিজবুল্লাহৰ নতুন মুৰব্বী নেইম কাছিম, সামৰিক শাখাৰ নতুন মুৰব্বী জেহাদ কাউন্সিলৰ মুৰব্বী তালাল হামিয়া আৰু জেহাদ কাউন্সিলৰ অধিনায়ক মহম্মদ হাইদৰ উপস্থিত আছিল। তিনিওজনকে হত্যা কৰাৰ সন্দেহ আছে, যদিও তেওঁলোকৰ মৃত্যু এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে এই আক্ৰমণত নিহত হয় হিজবুল্লাহৰ কমাণ্ডাৰ আলী মুছা।

মধ্য বেইৰুটত ইজৰাইলৰ এই বিমান আক্ৰমণত ১১ জন লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় প্ৰায় ৩৬জন লোক আহত হৈছে। য’ত নেইম কাছিমৰ মৃত্যু নিশ্চিত হোৱা নাই। একে সময়তে হিজবুল্লাহে দাবী কৰিছে যে, নেইম কাছিমৰ মৃত্যুৰ খবৰটো মাথোঁ এটা উৰাবাতৰি, যি ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰি আছে।

ইজৰাইলৰ প্ৰচণ্ড বোমাবৰ্ষণৰ বাবে হিজবুল্লাহে নিজৰ মুখ্য কাৰ্যালয় ডাহিয়া (দক্ষিণ বেইৰুট)ৰ পৰা মধ্য বেইৰুটৰ বাষ্টালৈ স্থানান্তৰিত কৰে। ইজৰাইলে হিজবুল্লাহৰ এই নতুন মুখ্য কাৰ্যালয়কো ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছে।

হিজবুল্লাহৰ প্ৰাক্তন মুৰব্বী হাছান নাছৰল্লাহক হত্যা কৰাৰ পিছত বেইৰুটত ইজৰাইলৰ এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ আৰু ধ্বংসাত্মক বিমান আক্ৰমণ।

এইবাৰ বেইৰুটত লক্ষ্য কৰি আক্ৰমণ চলালে ইজৰাইলৰ বায়ুসেনাই। আক্ৰমণৰ পূৰ্বে কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাছিল বা সাধাৰণ মানুহক অঞ্চলটো খালী কৰিবলৈ কোৱা হোৱা নাছিল।

বাষ্টাৰৰ লগতে ইজৰাইলে বেইৰুটৰ দহিয়াকে ধৰি বহু ঠাইত বোমা বিস্ফোৰণ সংঘটিত কৰে। দহিয়াত ইতিমধ্যে ইজৰাইলে হিজবুল্লাহৰ বহু অট্টালিকা ভাঙি পেলাইছে। আইডিএফে দক্ষিণ লেবাননৰ টাইৰেত হিজবুল্লাহৰ সৈতে জড়িত লক্ষ্যসমূহ ধ্বংস কৰিছে।

ইজৰাইলৰ বায়ুসেনাই ২৪ ঘণ্টাৰ ভিতৰতে হিজবুল্লাহৰ ৪৫টা ৰকেট উৎক্ষেপণ স্থান ধ্বংস কৰে। আইডিএফে লেবাননৰ লগতে ছিৰিয়াতো বিমান আক্ৰমণ চলায়।

Tags: HezbollahIranIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025