• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰ পৰা আৰম্ভ জগন্নাথৰ ৰথ যাত্ৰা, জানক এই ৰথ যাত্ৰাৰ কিছু আমোদজনক তথ্য

Nation NE by Nation NE
June 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আজিৰ পৰা আৰম্ভ জগন্নাথৰ ৰথ যাত্ৰা, জানক এই ৰথ যাত্ৰাৰ কিছু আমোদজনক তথ্য
Share on FacebookShare on TwitterWhatsApp

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে প্ৰতি বছৰে উৰিষ্যাৰ পুৰী চহৰত অনুষ্ঠিত হোৱা জগন্নাথ ৰথ যাত্ৰাৰ বাবে অতি শ্ৰদ্ধা আৰু উৎসাহেৰে বাট চাই থাকে। এইবাৰ এই যাত্ৰা ২৭ জুন অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ’ব আৰু ৮ জুলাইলৈকে চলিব। ভগৱান জগন্নাথে তেওঁৰ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে প্ৰকাণ্ড ৰথেৰে পুৰীৰ মূল মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ যাত্ৰা কৰিব। এই যাত্ৰা ১২ দিনীয়া আৰু প্ৰতিটো দিনৰ এক বিশেষ তাৎপৰ্য আছে।

ভাৰতৰ ধৰ্মীয় পৰম্পৰাত ৰাথযাত্ৰাৰ বিশেষ মহত্ত্ব আছে। বিশেষকৈ উৰিষ্যাৰ পুৰী চহৰত আয়োজন কৰা শ্ৰীজগন্নাথ ৰথ যাত্ৰা বিশ্ববিখ্যাত। এই ৰথযাত্ৰাই কেৱল ভাৰতৰ পৰাই নহয় সমগ্ৰ বিশ্বৰ ভক্তক আকৰ্ষণ কৰে। এই যাত্ৰাত ভগৱান জগন্নাথ, তেওঁৰ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ বাৰ্ষিক যাত্ৰা, য’ত তেওঁলোকে নিজৰ মন্দিৰৰ পৰা ওলাই নগৰ ভ্ৰমণ কৰি ভক্তসকলক দৰ্শন দিয়ে।

আধ্যাত্মিক চেতনাৰ ই এক অনন্য উৎসৱ। জগন্নাথ ৰথ যাত্ৰাক ‘গুণ্ডিচা যাত্ৰা’ বা ‘পটোৎসৱ’ বুলিও কোৱা হয়। আহাৰৰ দ্বিতীয় শুক্ল তিথিত ৰথযাত্ৰা উলিওৱা হয়, অৰ্থাৎ আজিৰে পৰা এই যাত্ৰা আৰম্ভ হৈছে।

জগন্নাথ পুৰী ৰথ যাত্ৰাৰ ইতিহাস হাজাৰ বছৰতকৈও অধিক পুৰণি বুলি বিশ্বাস কৰা হয়। এই যাত্ৰা দ্বাদশ শতিকাত গংগা বংশৰ ৰজা অনন্তবৰ্মান চোদাগংগদেৱে নিৰ্মাণ কৰা শ্ৰীজগন্নাথ মন্দিৰৰ সৈতে জড়িত। যদিও ইয়াৰ আগৰে পৰাই ৰথ যাত্ৰাৰ পৰম্পৰা চলি আহিছে, কিন্তু মন্দিৰ নিৰ্মাণৰ পিছত এই অনুষ্ঠান আৰু অধিক ভব্য হৈ পৰে।

পৌৰাণিক প্ৰেক্ষাপটত জগন্নাথ ৰথযাত্ৰাৰ কথা শ্ৰীমদ্ভাগৱত, স্কন্দ পুৰাণ, ব্ৰহ্ম পুৰাণ আদিতো উল্লেখ আছে। কাহিনী অনুসৰি, ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ পিছত যেতিয়া তেওঁৰ মৰ্ত্য শৰীৰটো পানীত বিসৰ্জন দিয়া হৈছিল তেতিয়া তেওঁৰ হৃদয় পানীত বিনষ্ট হোৱা নাছিল। সেই হৃদয় নীলমাধৱ ৰূপত প্ৰতিষ্ঠিত হৈছিল আৰু পিছলৈ সেই পবিত্ৰ হৃদয় কাঠৰ মূৰ্তিলৈ ৰূপান্তৰ হৈছিল। কোৱা হয় যে, জগন্নাথজীৰ মূৰ্তিৰ ভিতৰত ব্ৰহ্মপদৰ্থ ৰূপত এই হৃদয় আজিও বিদ্যমান।

প্ৰতি বছৰে আহাৰ মাহৰ শুক্ল দ্বিতীয়াৰ দিনা আৰম্ভ হয় জগন্নাথ ৰথ যাত্ৰা। আজিৰ দিনটোতে ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰই মন্দিৰৰ পৰা ওলাই গুণ্ডিচা মন্দিৰলৈ যায় (যি তেওঁলোকৰ পেহীৰ ঘৰ বুলি গণ্য কৰা হয়)। তাতে ন দিন থাকে আৰু তাৰ পিছত বহুদা যাত্ৰাৰে শ্ৰীমন্দিৰলৈ উভতি যায়।

তিনি ৰথঃ ৰথযাত্ৰাত মূলতঃ তিনিটা ৰথ আছে।

  • নন্দিঘোষা (জগন্নাথজীৰ ৰথ): ইয়াৰ উচ্চতা প্ৰায় ৪৫ ফুট। ইয়াৰ ১৬টা চকা আৰু ৰথৰ ৰং ৰঙা আৰু হালধীয়া। তালাধৱাজ (বালাভদ্ৰৰ ৰথ): এই ৰথৰ উচ্চতা প্ৰায় ৪৪ ফুট। ১৪টা চকা থকা এই ৰথখনৰ ৰং ৰঙা আৰু সেউজীয়া।
  • দৰ্পাদলন (সুভদ্ৰাৰ ৰথ): ভগ্নী সুভদ্ৰাৰ ৰথৰ উচ্চতা প্ৰায় ৪৩ ফুট আৰু ১২টা চকা আছে। এই ৰথৰ ৰং ৰঙা আৰু ক’লা। এই তিনিটা ৰথ প্ৰতি বছৰে নতুন কাঠৰ পৰা তৈয়াৰ কৰা হয়। সেইবোৰ টানি অনাৰ কাম ভক্তই কৰে আৰু ইয়াক অতি পুণ্য বুলি গণ্য কৰা হয়।
  • তালধ্বজ (ভগবান বলৰামৰ ৰথ): ভগৱান বলৰামৰ ৰথ ৩২ হাত আৰু ১০ আঙুলি ওখ। এই ৰথ নিৰ্মাণৰ বাবে ১৪ টা চকা আৰু ৭৬৩ টুকুৰা কাঠ ব্যৱহাৰ হয়।

বিশ্বাস কৰা হয় যে, এই ৰথৰ ৰছী টনা ব্যক্তিজনে জীৱন-মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হৈ পৰিত্ৰাণৰ দিশে আগবাঢ়ি যায়।

Tags: Jagannath YatraOdishaPuri

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026

শীৰ্ষ সংবাদ

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025