• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰ নিৰ্বাচন সন্দৰ্ভত ডাঙৰ ভৱিষ্যদ্বাণী, ভংগ হ’ব ২০১০ চনৰ অভিলেখ!

Nation NE by Nation NE
March 15, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
বিহাৰ নিৰ্বাচন সন্দৰ্ভত ডাঙৰ ভৱিষ্যদ্বাণী, ভংগ হ’ব ২০১০ চনৰ অভিলেখ!

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক ফটো।

Share on FacebookShare on TwitterWhatsApp

চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন। ইয়াৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দল। সাধাৰণ বাজেটত বিহাৰক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰিছাছ ভ্ৰমণতো বিহাৰ নিৰ্বাচনৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

মৰিছাছত প্ৰধানমন্ত্ৰী মোদীয়ে ভোজপুৰী ভাষাত নিজৰ ভাষণ আৰম্ভ কৰাৰ লগতে দেশখনৰ প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে দিছিল বিহাৰত উৎপাদিত মখানা। মুঠৰ ওপৰত বিহাৰৰ নিৰ্বাচনক লৈ এতিয়াৰে পৰা আৰম্ভ হৈছে তীব্ৰ চৰ্চা।

নিৰ্বাচনক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে এন ডি এৰ এগৰাকী নেতাই বিহাৰ নিৰ্বাচনৰ ফলাফল কি হ’ব তাৰ ভবিষ্যৎ বাণী কৰিছে। জনতা দল ইউনাইটেডৰ নেতা সঞ্জয় ঝায়ে দাবী কৰি কয় যে তেওঁলোকে ২০১০ চনতকৈও অধিক আসন পাব এইবাৰৰ নিৰ্বাচনত।

জে ডি ইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় ঝাই এটা সাক্ষাতকাৰত কয় যে ২০১০ চনৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ২০৬খন আসনত জয় লাভ কৰিছিল, কিন্তু এইবাৰ ইয়াতকৈও অধিক আসন লাভ কৰিম।

উল্লেখ্য যে, ২০২০ চনৰ নিৰ্বাচনত এন ডি এই লাভ কৰিছিল ১২৫খন আসন। ইয়াৰ ভিতৰত বিজেপিয়ে ৭৪ আৰু জেডিইউয়ে ৪৩খন আসনত জয়ী হৈছিল। বিজেপিতকৈ কম আসনত জয়ী হোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল নীতিশ কুমাৰ।

সেইবাৰৰ নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটে লাভ কৰিছিল ১২৫খন আসন। বিৰোধী মিত্ৰজোঁটত আছিল কংগ্ৰেছ, আৰজেডি আৰু কমিউনিষ্ট পাৰ্টি। ইয়াৰে লালু প্ৰসাদ যাদৱ নেতৃত্বাধীন আৰজেডিৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। তেজস্বী যাদৱৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হোৱা আৰজেডিয়ে ৭৫খন আসনেৰে ৰাজ্যৰ সৰ্ববৃহত দল হিচাপে পৰিগণিত হৈছিল। আনহাতে কংগ্ৰেছ দলে লাভ কৰিছিল ১৯খন আসন। অৰ্থাত যোৱাবাৰৰ নিৰ্বাচনত তীব্ৰ যুঁজ হৈছিল বিৰোধী আৰু এন ডি এৰ মাজত।

২৪৩খন আসনযুক্ত বিহাৰ বিধাসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হয় ১২২ খন আসনৰ।

ইফালে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটক অনায়াসে ধৰাশায়ী কৰিছিল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। ৪০টা লোকসভা সমষ্টিৰ ভিতৰত ৩১টাতেই জয়ী হৈছিল এন ডি এ। আনহাতে ইণ্ডি মিত্ৰজোঁটে লাভ কৰিছিল মাত্ৰ ৯খন আসন।

Tags: Assembly ElectionBiharBJPJDUNDARJDSanjay Jha

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025