• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰ নিৰ্বাচন সন্দৰ্ভত ডাঙৰ ভৱিষ্যদ্বাণী, ভংগ হ’ব ২০১০ চনৰ অভিলেখ!

Nation NE by Nation NE
March 15, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
বিহাৰ নিৰ্বাচন সন্দৰ্ভত ডাঙৰ ভৱিষ্যদ্বাণী, ভংগ হ’ব ২০১০ চনৰ অভিলেখ!

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক ফটো।

Share on FacebookShare on TwitterWhatsApp

চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন। ইয়াৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দল। সাধাৰণ বাজেটত বিহাৰক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰিছাছ ভ্ৰমণতো বিহাৰ নিৰ্বাচনৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

মৰিছাছত প্ৰধানমন্ত্ৰী মোদীয়ে ভোজপুৰী ভাষাত নিজৰ ভাষণ আৰম্ভ কৰাৰ লগতে দেশখনৰ প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে দিছিল বিহাৰত উৎপাদিত মখানা। মুঠৰ ওপৰত বিহাৰৰ নিৰ্বাচনক লৈ এতিয়াৰে পৰা আৰম্ভ হৈছে তীব্ৰ চৰ্চা।

নিৰ্বাচনক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে এন ডি এৰ এগৰাকী নেতাই বিহাৰ নিৰ্বাচনৰ ফলাফল কি হ’ব তাৰ ভবিষ্যৎ বাণী কৰিছে। জনতা দল ইউনাইটেডৰ নেতা সঞ্জয় ঝায়ে দাবী কৰি কয় যে তেওঁলোকে ২০১০ চনতকৈও অধিক আসন পাব এইবাৰৰ নিৰ্বাচনত।

জে ডি ইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় ঝাই এটা সাক্ষাতকাৰত কয় যে ২০১০ চনৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ২০৬খন আসনত জয় লাভ কৰিছিল, কিন্তু এইবাৰ ইয়াতকৈও অধিক আসন লাভ কৰিম।

উল্লেখ্য যে, ২০২০ চনৰ নিৰ্বাচনত এন ডি এই লাভ কৰিছিল ১২৫খন আসন। ইয়াৰ ভিতৰত বিজেপিয়ে ৭৪ আৰু জেডিইউয়ে ৪৩খন আসনত জয়ী হৈছিল। বিজেপিতকৈ কম আসনত জয়ী হোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল নীতিশ কুমাৰ।

সেইবাৰৰ নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটে লাভ কৰিছিল ১২৫খন আসন। বিৰোধী মিত্ৰজোঁটত আছিল কংগ্ৰেছ, আৰজেডি আৰু কমিউনিষ্ট পাৰ্টি। ইয়াৰে লালু প্ৰসাদ যাদৱ নেতৃত্বাধীন আৰজেডিৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। তেজস্বী যাদৱৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হোৱা আৰজেডিয়ে ৭৫খন আসনেৰে ৰাজ্যৰ সৰ্ববৃহত দল হিচাপে পৰিগণিত হৈছিল। আনহাতে কংগ্ৰেছ দলে লাভ কৰিছিল ১৯খন আসন। অৰ্থাত যোৱাবাৰৰ নিৰ্বাচনত তীব্ৰ যুঁজ হৈছিল বিৰোধী আৰু এন ডি এৰ মাজত।

২৪৩খন আসনযুক্ত বিহাৰ বিধাসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হয় ১২২ খন আসনৰ।

ইফালে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটক অনায়াসে ধৰাশায়ী কৰিছিল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। ৪০টা লোকসভা সমষ্টিৰ ভিতৰত ৩১টাতেই জয়ী হৈছিল এন ডি এ। আনহাতে ইণ্ডি মিত্ৰজোঁটে লাভ কৰিছিল মাত্ৰ ৯খন আসন।

Tags: Assembly ElectionBiharBJPJDUNDARJDSanjay Jha

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025