• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঝাৰখণ্ডত আজি প্ৰধানমন্ত্ৰী মোদী, অংশগ্ৰহণ কৰিব ২খনকৈ সমাৱেশত

Nation NE by Nation NE
November 4, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিহাৰৰ পৰা মহাকাশলৈ…. মোদী কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

সোমবাৰে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন সন্দৰ্ভত দুখন সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৈবাছা আৰু গড়োৱাত অনুষ্ঠিত হ’ব এই সমাৱেশ। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে, দিনৰ প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰী মোদী বিহাৰৰ গয়া বিমানবন্দৰত উপস্থিত হ’ব আৰু গড়োৱাত থকা এখন সভাত ভাষণ দিবলৈ হেলিকপ্টাৰেৰে গড়োৱালৈ যাব।

তেওঁ কয় যে গড়োৱাৰ সভাৰ পিছত প্ৰধানমন্ত্ৰী ৰাঁচীলৈ যাব আৰু তাৰ পৰা তেওঁ চৈবাছালৈ যাব, য’ত তেওঁ দুপৰীয়া প্ৰায় ২.৩০ বজাত আন এক সমাৱেশত ভাষণ দিব। ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ২৩ নৱেম্বৰত ভোটগণনা হ’ব।

প্ৰধানমন্ত্ৰী মোডীৰ ঝাৰখণ্ড ভ্ৰমণ সন্দৰ্ভত কেন্দ্ৰীয় কৃষি মন্ত্ৰী তথা ঝাৰখণ্ডৰ নিৰ্বাচন প্ৰভাৰী শিৱৰাজ সিং চৌহানে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সকলো ব্যৱস্থা কৰা হৈছে বুলি কয়। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে তিনিখন ৰাজনৈতিক সভা অনুষ্ঠিত কৰি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে।

ভোট বেংকৰ ৰাজনীতিৰ বাবে বাংলাদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ঝাৰখণ্ডত জেএমএম নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। ৰাজ্যত যদি তেওঁৰ দল ক্ষমতালৈ আহে তেন্তে অবৈধ অনুপ্ৰৱেশকাৰীক জনজাতীয় ভূমি হস্তান্তৰ ৰোধৰ বাবে কঠোৰ আইন আনিব বুলিও তেওঁ কয়।

লগতে অমিত শ্বাহে ঘোষণা কৰে যে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা নক্সালবাদ নিৰ্মূল হ’ব আৰু জনজাতীয় জনসাধাৰণৰ ওপৰত কোনো প্ৰভাৱ নপৰাকৈ ঝাৰখণ্ডত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) কাৰ্যকৰী কৰা হ’ব। পূব সিংভূম জিলাৰ ঘাটছিলাৰ ধলভুমগড়ত বিজেপিৰ সভাত ভাষণ দি অমিত শ্বাহে দাবী কৰে যে, ৰাজ্যখনত জনজাতীয় জনসংখ্যা হ্ৰাস পাইছে কাৰণ হেমন্ত ছোৰেণ চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিজৰ ভোট বেংক হিচাপে গণ্য কৰে।

Tags: #JharkhandBiharElection

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025