• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জ’ ৰুটে ৰচিলে ইতিহাস; ভংগ কৰিলে শ্ৰীলংকাৰ প্ৰাক্তন মহান ক্ৰিকেটাৰৰ অভিলেখ

Nation NE by Nation NE
June 22, 2025
in Top News, ক্ৰীড়া
0 0
শচীন-ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে ৰুটে
Share on FacebookShare on TwitterWhatsApp

দুৰ্দান্ত ফৰ্মত থকা ইংলেণ্ডৰ তাৰকা বেটাৰ জ’ ৰুটৰ নামত সংযোজন হ’ল এক বিশেষ অভিলেখ। সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ টেষ্ট বেটাৰ ৰুটে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যৰ অভিলেখ ভংগ কৰি বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে।

জ’ ৰুটে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত শ্ৰীলংকাৰ মহান ক্ৰিকেটাৰ সনথ জয়সূৰ্যৰ অভিলেখ ভংগ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়ালৈকে জ’ ৰুটে ৫৪টা শতক আৰু ১১২টা অৰ্ধশতকৰ সহায়ত সংগ্ৰহ কৰিছে ২১০৫৩ ৰান। ইফালে ৪২টা শতক আৰু ১০৩টা অৰ্ধশতকেৰে জয়সূৰ্যই আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সংগ্ৰহ কৰিছে ২১০৩২ ৰান।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষত আছে ভাৰতৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীন তেণ্ডুলকাৰে ৩৪৩৫৭ ৰান সংগ্ৰহ কৰে। শচীনৰ নামত আছে ১০০টা শতক আৰু ১৬৪টা অৰ্ধশতক।

এই তালিকাত দ্বিতীয় স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন বেটছমেন কুমাৰ ছাংগাকাৰা। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কুমাৰ ছাংগাকাৰাই ২৮০১৬ ৰান সংগ্ৰহ কৰে। ছাংগাকাৰাই ৬৩টা শতক আৰু ১৫৩টা অৰ্ধশতক অৰ্জন কৰে।

উল্লেখ্য যে, ভাৰতৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ প্ৰথম ইনিংছত ২৮ ৰানত আউট হয় জ’ ৰুট। দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হ’লেও আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁৰ নামত সংযোজন হয় এই বিশেষ অভিলেখ।

Tags: EnglandIndia vs EnglandJoe RootSanath JayasuriyaWorld Record

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025