• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জ’ ৰুটে ৰচিলে ইতিহাস; ভংগ কৰিলে শ্ৰীলংকাৰ প্ৰাক্তন মহান ক্ৰিকেটাৰৰ অভিলেখ

Nation NE by Nation NE
June 22, 2025
in Top News, ক্ৰীড়া
0 0
শচীন-ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে ৰুটে
Share on FacebookShare on TwitterWhatsApp

দুৰ্দান্ত ফৰ্মত থকা ইংলেণ্ডৰ তাৰকা বেটাৰ জ’ ৰুটৰ নামত সংযোজন হ’ল এক বিশেষ অভিলেখ। সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ টেষ্ট বেটাৰ ৰুটে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যৰ অভিলেখ ভংগ কৰি বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে।

জ’ ৰুটে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত শ্ৰীলংকাৰ মহান ক্ৰিকেটাৰ সনথ জয়সূৰ্যৰ অভিলেখ ভংগ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়ালৈকে জ’ ৰুটে ৫৪টা শতক আৰু ১১২টা অৰ্ধশতকৰ সহায়ত সংগ্ৰহ কৰিছে ২১০৫৩ ৰান। ইফালে ৪২টা শতক আৰু ১০৩টা অৰ্ধশতকেৰে জয়সূৰ্যই আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সংগ্ৰহ কৰিছে ২১০৩২ ৰান।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষত আছে ভাৰতৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীন তেণ্ডুলকাৰে ৩৪৩৫৭ ৰান সংগ্ৰহ কৰে। শচীনৰ নামত আছে ১০০টা শতক আৰু ১৬৪টা অৰ্ধশতক।

এই তালিকাত দ্বিতীয় স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন বেটছমেন কুমাৰ ছাংগাকাৰা। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কুমাৰ ছাংগাকাৰাই ২৮০১৬ ৰান সংগ্ৰহ কৰে। ছাংগাকাৰাই ৬৩টা শতক আৰু ১৫৩টা অৰ্ধশতক অৰ্জন কৰে।

উল্লেখ্য যে, ভাৰতৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ প্ৰথম ইনিংছত ২৮ ৰানত আউট হয় জ’ ৰুট। দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হ’লেও আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁৰ নামত সংযোজন হয় এই বিশেষ অভিলেখ।

Tags: EnglandIndia vs EnglandJoe RootSanath JayasuriyaWorld Record

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025