• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰন্যা ৰাওৰ গোচৰ সন্দৰ্ভত নতুন তথ্য, সোণ সৰবৰাহৰ বাবে চৰকাৰী বাহনৰ ব্যৱহাৰ

Nation NE by Nation NE
March 15, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰন্যা ৰাওৰ গোচৰ সন্দৰ্ভত নতুন তথ্য, সোণ সৰবৰাহৰ বাবে চৰকাৰী বাহনৰ ব্যৱহাৰ
Share on FacebookShare on TwitterWhatsApp

কানাড়া অভিনেত্ৰী ৰন্যা ৰাও এইকেইদিন বাতৰিৰ শিৰোনামত  আছে। ডুবাইৰ পৰা সোণ সৰবৰাহৰ অভিযোগত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেত্ৰী ৰন্যা ৰাওক।

ডি আৰ আইৰ বিষয়াৰ তদন্তৰ সময়ত ৰন্যা ৰাৱে কেনেকৈ বিমানবন্দৰৰ পৰা অবৈধভাৱে সোণ কঢ়িয়াই লৈ ফুৰিছিল বুলি সেই কথা পোহৰলৈ আহিছে। ডি আৰ আইৰ তদন্তত প্ৰকাশ পাইছে যে, কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ডুবাইৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা সোণখিনি চৰকাৰী বাহনত কঢ়িয়াই লৈ ফুৰিছিল ৰন্যা ৰাৱে।

ইফালে, চিবিআই বিষয়া গৌৰৱ গুপ্তাৰ নেতৃত্বত তদন্তকাৰী দলে কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰট’কল কৰ্মচাৰীলৈ জাননী জাৰি কৰিছে। বাসৱৰাজু, মহন্তেশ আৰু ভেংকতৰাজু নামৰ ৩জন কৰ্মচাৰীলৈ জাননী জাৰি কৰা হৈছে।

আজি তেওঁলোকক সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে গৌৰৱ গুপ্তাৰ দলে প্ৰট’কলৰ নিয়ম সন্দৰ্ভত সকলো নিয়ম চোৱাচিতা কৰিছে। ঘটনাৰ আগদিনা চিচিটিভিৰ ফুটেজো পৰীক্ষা কৰিছে বিষয়াসকলে।

এই বিষয়ত ইতিমধ্য তদন্ত প্ৰক্ৰিয়া চলি আছে। এই পৰ্যন্ত তদন্তত প্ৰকাশ পাইছে যে এবছৰত ২৫ বাৰতকৈ অধিক বিদেশ ভ্ৰমণ কৰিছিল ৰন্যা ৰাৱে।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে জেৰাৰ সময়ত জনাই যে, তেওঁক সোণখিনি দুটা পেকেটত গতাই দিয়া হৈছিল, যিবোৰ ডাঠ প্লাষ্টিকৰ পেকেটত ভৰাই থোৱা আছিল। সোণখিনি লুকুৱাবলৈ ৰণিয়াই বিমানবন্দৰতে ক্ৰেপ বেণ্ডেজ আৰু কেঁচি কিনে। ইয়াৰ পিছত তেওঁ সোণখিনি নিজৰ শৰীৰ আৰু জোতাত লুকুৱাই ৰাখে। ইউটিউব ভিডিঅ’ এটাৰ পৰা সোণ লুকুৱাবলৈ শিকিছে বুলি ৰন্য়াই উল্লেখ কৰে।

বলবৎকাৰী সঞ্চালকালয় (ইডি) আৰু চিবিআইয়েও সোণ সৰবৰাহৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰন্যা ৰাওৰ জামিন আবেদন নাকচ হোৱাৰ পিছত এতিয়া ইডি আৰু চিবিআইয়ে গ্ৰেপ্তাৰ কৰিব পাৰে বুলি আশংকা কৰা হৈছে। গোচৰটোৰ অধিক তদন্তৰ বাবে প্ৰথমে ইডিৰ বিষয়াই আৰু তাৰ পিছত চিবিআইৰ বিষয়াই জিম্মাত ল’ব পাৰে ৰন্যা ৰাওক।

ডুবাইৰ পৰা উভতি অহাৰ পাছত বেংগালুৰুৰ কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সোণ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় ৰন্যা ৰাও। তদন্তৰ সময়ত তেওঁৰ পৰা ১২.৫৬ কোটি টকাৰ সোণৰ বাৰ জব্দ কৰা হয়। বৰ্তমান এই বিষয়ৰ তদন্ত চলি আছে। ডি আৰ আইয়ে ৰন্যাৰ ফোন আৰু লেপটপৰ তথ্যৰ জৰিয়তে চোৰাংচোৱাগিৰিটোৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই আছে।

Tags: ActressKANADASouth India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025