• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰজত পাটিদাৰৰ বাবে গাঁৱৰ যুৱক হৈ পৰিল তাৰকা; কোহলী, ভিলিয়াৰ্ছৰ আহিল ফোন, জানক কি হ’ল শেষত?

Nation NE by Nation NE
August 10, 2025
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
ৰজত পাটিদাৰৰ বাবে গাঁৱৰ যুৱক হৈ পৰিল তাৰকা; কোহলী, ভিলিয়াৰ্ছৰ আহিল ফোন, জানক কি হ’ল শেষত?
Share on FacebookShare on TwitterWhatsApp

ভাবি লওক যে আপুনি আপোনাৰ গাঁৱৰ গেলামালৰ দোকান এখনত বহি থকা সময়তে আপোনাৰ ফোনটো বাজি উঠিল। ফোনৰ সিটো মূৰত থকা জনে কয়, ‘হেল্ল’, মই বিৰাট কোহলী।’ কিছু মুহূৰ্তৰ পিছত আন এটা ফোন আহিল, এইবাৰ ক’লে, ‘মই এ বি ডি ভিলিয়াৰ্ছ।’ তাৰ পাছত আন এটা কল, ‘মই ৰজত পাটিদাৰ।’

আমি উল্লেখ কৰা এই কথাখিনি হয়তো বলীউডৰ কমেডী ছবিৰ দৃশ্য যেন লাগিব পাৰে, কিন্তু বাস্তৱত এয়া সত্য কাহিনী। ছত্তীশগড়ৰ গৰিয়াবন্দ জিলাৰ দেৱভোগৰ মাদাগাঁৱৰ এজন যুৱকৰ সৈতে সংঘটিত হৈছে এই ঘটনা।

যুৱকজনৰ ফোনত কেইবাগৰাকীও আগশাৰীৰ ক্ৰিকেটাৰৰ ফোন অহাৰ এই খবৰ ক্ৰমান্বয়ে বিয়পি পৰাত সমগ্ৰ ৰাজ্যৰ ক্ৰিকেট প্ৰেমীসকলৰ মাজত ঘটনাটো চৰ্চাৰ বিষয় হৈ পৰে।

ঘটনাৰ বিৱৰণী অনুসৰি, যুৱকজনক যিটো ফোন নম্বৰ আৱণ্টন দিয়া হৈছিল, সেইটো পূৰ্বতে আছিল ক্ৰিকেটাৰ ৰজত পাটিদাৰৰ নামত। ২১ বছৰীয়া মনীষে ২৮ জুনত এটা মোবাইল চেণ্টাৰৰ পৰা এখন জিঅ’ ছিমকাৰ্ড ক্ৰয় কৰিছিল। ছিমখনত সেইটো নম্বৰেই আছিল, যিটো পূৰ্বতে ক্ৰিকেটাৰ পাটিদাৰে ব্যৱহাৰ কৰিছিল।

জানিব পৰা অনুসৰি, ৯০ দিন ধৰি ছিমখন বন্ধ হৈ থকা বাবে কোম্পানীয়ে এই নম্বৰটো নতুন গ্ৰাহকক আৱণ্টন দিয়ে। ছিম সক্ৰিয় হোৱাৰ পিছত মনীষে হোৱাটছএপ ইনষ্টল কৰে, য’ত আছিল ৰজত পাটিদাৰৰ প্ৰফাইল ফটো।

প্ৰথম অৱস্থাত মনীষে ভাবিছিল এয়া কোনো ছফ্টৱেৰ বা ধেমালি, কিন্তু ইয়াৰ কিছু দিনৰ পিছৰ পৰাই তেওঁৰ মোবাইলত বিভিন্ন অজ্ঞাত লোকৰ ফোন আহিব ধৰে।

অজ্ঞাত লোকসকলৰ ভিতৰত নিজকে বিৰাট কোহলী, এবি ডিভিলিয়াৰ্ছ আৰু আন ক্ৰিকেটাৰ বুলিও কোৱা ব্যক্তিও আছে। মনীযে তেওঁৰ সৈতে কোনো লোকে এয়া ধেমালি কৰা বুলি ভাবি সাধাৰণভাৱে কথাবোৰ গ্ৰহণ কৰিছিল।

১৫ জুলাইতহে ঘটনাটোৰ প্ৰকৃত ৰহস্য ওলাই পৰে যেতিয়া মনীষৰ ফোনত ক্ৰিকেটাৰ ৰজত পাটিদাৰে ফোন কৰি ছিমখন তেওঁক ওভতাই দিবলৈ অনুৰোধ জনায়। এইবাৰো মনীষে কথাটো সহজভাবেই লৈছিল, কিন্তু আৰক্ষীৰ লোক তেওঁৰ ঘৰত উপস্থিত হোৱাতহে হতভম্ব হৈ পৰে।

প্ৰকৃততে ৰজত পাটিদাৰে ছিমখন ওভতাই পাবৰ বাবে চাইবাৰ চেল আৰু গৰিয়াবন্দ আৰক্ষীৰ সহায় লৈছিল। দেৱভোগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফৈজুল শ্বাহ হোদাই জনোৱা মতে, চাইবাৰ চেলৰ অনুৰোধত মনীষৰ পিতৃৰ সৈতে কথা পাতি চিম কাৰ্ডখন ঘূৰাই দিয়া হয়। ইতিমধ্যে ৰজত পাটিদাৰৰ ঠিকনালৈ প্ৰেৰণ কৰা হৈছে ছিমখন।

ইফালে চিনেমাৰ কাহিনীৰ দৰে লগা এই অপ্ৰত্যাশিত ঘটনাটো মনীষে জীৱনভৰ মনত ৰাখিব বুলিও উল্লেখ কৰে।

Tags: HotlineRajat PatidarViral StoryVirat Kohli

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025