• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰজত পাটিদাৰৰ বাবে গাঁৱৰ যুৱক হৈ পৰিল তাৰকা; কোহলী, ভিলিয়াৰ্ছৰ আহিল ফোন, জানক কি হ’ল শেষত?

Nation NE by Nation NE
August 10, 2025
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
ৰজত পাটিদাৰৰ বাবে গাঁৱৰ যুৱক হৈ পৰিল তাৰকা; কোহলী, ভিলিয়াৰ্ছৰ আহিল ফোন, জানক কি হ’ল শেষত?
Share on FacebookShare on TwitterWhatsApp

ভাবি লওক যে আপুনি আপোনাৰ গাঁৱৰ গেলামালৰ দোকান এখনত বহি থকা সময়তে আপোনাৰ ফোনটো বাজি উঠিল। ফোনৰ সিটো মূৰত থকা জনে কয়, ‘হেল্ল’, মই বিৰাট কোহলী।’ কিছু মুহূৰ্তৰ পিছত আন এটা ফোন আহিল, এইবাৰ ক’লে, ‘মই এ বি ডি ভিলিয়াৰ্ছ।’ তাৰ পাছত আন এটা কল, ‘মই ৰজত পাটিদাৰ।’

আমি উল্লেখ কৰা এই কথাখিনি হয়তো বলীউডৰ কমেডী ছবিৰ দৃশ্য যেন লাগিব পাৰে, কিন্তু বাস্তৱত এয়া সত্য কাহিনী। ছত্তীশগড়ৰ গৰিয়াবন্দ জিলাৰ দেৱভোগৰ মাদাগাঁৱৰ এজন যুৱকৰ সৈতে সংঘটিত হৈছে এই ঘটনা।

যুৱকজনৰ ফোনত কেইবাগৰাকীও আগশাৰীৰ ক্ৰিকেটাৰৰ ফোন অহাৰ এই খবৰ ক্ৰমান্বয়ে বিয়পি পৰাত সমগ্ৰ ৰাজ্যৰ ক্ৰিকেট প্ৰেমীসকলৰ মাজত ঘটনাটো চৰ্চাৰ বিষয় হৈ পৰে।

ঘটনাৰ বিৱৰণী অনুসৰি, যুৱকজনক যিটো ফোন নম্বৰ আৱণ্টন দিয়া হৈছিল, সেইটো পূৰ্বতে আছিল ক্ৰিকেটাৰ ৰজত পাটিদাৰৰ নামত। ২১ বছৰীয়া মনীষে ২৮ জুনত এটা মোবাইল চেণ্টাৰৰ পৰা এখন জিঅ’ ছিমকাৰ্ড ক্ৰয় কৰিছিল। ছিমখনত সেইটো নম্বৰেই আছিল, যিটো পূৰ্বতে ক্ৰিকেটাৰ পাটিদাৰে ব্যৱহাৰ কৰিছিল।

জানিব পৰা অনুসৰি, ৯০ দিন ধৰি ছিমখন বন্ধ হৈ থকা বাবে কোম্পানীয়ে এই নম্বৰটো নতুন গ্ৰাহকক আৱণ্টন দিয়ে। ছিম সক্ৰিয় হোৱাৰ পিছত মনীষে হোৱাটছএপ ইনষ্টল কৰে, য’ত আছিল ৰজত পাটিদাৰৰ প্ৰফাইল ফটো।

প্ৰথম অৱস্থাত মনীষে ভাবিছিল এয়া কোনো ছফ্টৱেৰ বা ধেমালি, কিন্তু ইয়াৰ কিছু দিনৰ পিছৰ পৰাই তেওঁৰ মোবাইলত বিভিন্ন অজ্ঞাত লোকৰ ফোন আহিব ধৰে।

অজ্ঞাত লোকসকলৰ ভিতৰত নিজকে বিৰাট কোহলী, এবি ডিভিলিয়াৰ্ছ আৰু আন ক্ৰিকেটাৰ বুলিও কোৱা ব্যক্তিও আছে। মনীযে তেওঁৰ সৈতে কোনো লোকে এয়া ধেমালি কৰা বুলি ভাবি সাধাৰণভাৱে কথাবোৰ গ্ৰহণ কৰিছিল।

১৫ জুলাইতহে ঘটনাটোৰ প্ৰকৃত ৰহস্য ওলাই পৰে যেতিয়া মনীষৰ ফোনত ক্ৰিকেটাৰ ৰজত পাটিদাৰে ফোন কৰি ছিমখন তেওঁক ওভতাই দিবলৈ অনুৰোধ জনায়। এইবাৰো মনীষে কথাটো সহজভাবেই লৈছিল, কিন্তু আৰক্ষীৰ লোক তেওঁৰ ঘৰত উপস্থিত হোৱাতহে হতভম্ব হৈ পৰে।

প্ৰকৃততে ৰজত পাটিদাৰে ছিমখন ওভতাই পাবৰ বাবে চাইবাৰ চেল আৰু গৰিয়াবন্দ আৰক্ষীৰ সহায় লৈছিল। দেৱভোগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফৈজুল শ্বাহ হোদাই জনোৱা মতে, চাইবাৰ চেলৰ অনুৰোধত মনীষৰ পিতৃৰ সৈতে কথা পাতি চিম কাৰ্ডখন ঘূৰাই দিয়া হয়। ইতিমধ্যে ৰজত পাটিদাৰৰ ঠিকনালৈ প্ৰেৰণ কৰা হৈছে ছিমখন।

ইফালে চিনেমাৰ কাহিনীৰ দৰে লগা এই অপ্ৰত্যাশিত ঘটনাটো মনীষে জীৱনভৰ মনত ৰাখিব বুলিও উল্লেখ কৰে।

Tags: HotlineRajat PatidarViral StoryVirat Kohli

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025