• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 1, 2025
29 °c
Guwahati
28 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

    ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…

    এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ১২৪টা বলত ২০৫ ৰানৰ দুৰ্দান্ত ইনিংছ; জন্ময়ৰ পিছত এইবাৰ ইতিহাস লিখিলে ডলীয়ে

    ৰাফেল, সুখই, তেজস, মিগ, হাৰকিউলিছৰ দৰে যুঁজাৰু বিমান নামিব ডিব্ৰুগড়ৰ ৰাজপথত

    ‘মন কী বাত’ অনুষ্ঠানত বি টি আৰৰ ছাত্ৰ-ছাত্ৰীক লৈ প্ৰধানমন্ত্ৰীৰ ভাষ্য…

    স্বামী নথকাৰ সুযোগ লৈ শাহুৱেকৰ ওপৰত বোৱাৰীৰ তাণ্ডৱ! ধৰাশায়ী শাহুক ভৰ্তি কৰাই….

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      উচ্চতম ন্যায়ালয়ত এল এল বি ছাত্ৰীৰ সৈতে অপকৰ্মৰ গোচৰ, চি বি আইৰ তত্বাৱধানত তদন্তৰ দাবী…

      Nation NE by Nation NE
      June 30, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      উচ্চতম ন্যায়ালয়ত এল এল বি ছাত্ৰীৰ সৈতে অপকৰ্মৰ গোচৰ, চি বি আইৰ তত্বাৱধানত তদন্তৰ দাবী…
      Share on FacebookShare on TwitterWhatsApp

      কলকাতাত এল এল বি ছাত্ৰীক দলবদ্ধ অপকৰ্মৰ গোচৰত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সত্যম সিঙে ৩০ জুনত আদালতৰ তত্বাৱধানত চিবিআইৰ তদন্তৰ দাবীত এখন আবেদন দাখিল কৰিছে।

      আৱেদনখনত উল্লেখ কৰা হৈছে যে, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তদন্ত কৰিব লাগে। আৱেদনখনত নিৰাপত্তা আৰু ক্ষতিপূৰণৰ দাবীও কৰা হৈছে। তৃণমূলৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু বিধায়ক মদন মিত্ৰই ভুক্তভোগীক লৈ দিয়া অপমানজনক বক্তব্যও উল্লেখ কৰে আবেদনকাৰীয়ে।

      উল্লেখ্য যে, ২৫ জুনত দক্ষিণ কলিকতা আইন মহাবিদ্যালয়ৰ এগৰাকী প্ৰথম বৰ্ষৰ ছাত্ৰীক দুগৰাকী জ্যেষ্ঠ ছাত্ৰ আৰু এগৰাকী প্ৰাক্তন ছাত্ৰই দলবদ্ধ অপকৰ্ম সংঘটিত কৰাৰ গোচৰ পোহৰলৈ আহে। এই গোচৰ পোহৰলৈ অহাৰ পিছতে ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দলে ক্ষোভিত হৈ বংগৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

      দেওবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা সুবেন্দু অধিকাৰীয়েও নেতৃত্ব দি পশ্চিমবংগৰ প্ৰতিগৰাকী কন্যাৰ সুৰক্ষাৰ দাবী জনায়। ভাৰতীয় কমিউনিষ্ট পাৰ্টি আৰু নাগৰিক সমাজৰ সদস্যসকলেও একেধৰণৰ ৰেলী উলিয়ায়।

      পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি সুবেন্দু অধিকাৰী আৰু অন্যান্য দলীয় কৰ্মীসকলে “আমাৰ কন্যা”ৰ সুৰক্ষাৰ দাবীত খোজকাঢ়ি এক কিলোমিটাৰতকৈ অলপ কম সময়ৰ ভিতৰতে পদযাত্ৰা আৰম্ভ কৰে। তেওঁ কয় যে, মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা অপসাৰণ নকৰালৈকে বংগত মহিলাৰ বিৰুদ্ধে এনেধৰণৰ ঘটনা অব্যাহত থাকিব। কিয়নো বিগত সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে ভুক্তভোগী মহিলাসকলৰ চৰিত্ৰক লৈহে সন্দেহ কৰিছিল।

      Tags: KOLKATALLBMolested

      Related Posts

      নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…
      Top News

      July 1, 2025
      ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…
      Top News

      ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…

      July 1, 2025
      এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
      Top News

      এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

      July 1, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 1, 2025
      কেতিয়াৰ পৰা জম্মুত আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? পঞ্জীয়নৰ বাবে শিৱ ভক্তৰ ভিৰ…
      Top News

      কেতিয়াৰ পৰা জম্মুত আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? পঞ্জীয়নৰ বাবে শিৱ ভক্তৰ ভিৰ…

      June 30, 2025
      যুৱতীৰে অপকৰ্ম বিএনপি নেতাৰ! ভিডিঅ’ও ভাইৰেল হোৱাৰ পিছতে…

      শীৰ্ষ সংবাদ

      নিশা সোনকালে আহাৰ গ্ৰহণ কৰিলে কি হয়? সত্য জানি আচৰিত হ’ব আপুনি…

      ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…

      এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      উচ্চতম ন্যায়ালয়ত এল এল বি ছাত্ৰীৰ সৈতে অপকৰ্মৰ গোচৰ, চি বি আইৰ তত্বাৱধানত তদন্তৰ দাবী…

      কেতিয়াৰ পৰা জম্মুত আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? পঞ্জীয়নৰ বাবে শিৱ ভক্তৰ ভিৰ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist