• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উচ্চতম ন্যায়ালয়ত এল এল বি ছাত্ৰীৰ সৈতে অপকৰ্মৰ গোচৰ, চি বি আইৰ তত্বাৱধানত তদন্তৰ দাবী…

Nation NE by Nation NE
June 30, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
উচ্চতম ন্যায়ালয়ত এল এল বি ছাত্ৰীৰ সৈতে অপকৰ্মৰ গোচৰ, চি বি আইৰ তত্বাৱধানত তদন্তৰ দাবী…
Share on FacebookShare on TwitterWhatsApp

কলকাতাত এল এল বি ছাত্ৰীক দলবদ্ধ অপকৰ্মৰ গোচৰত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সত্যম সিঙে ৩০ জুনত আদালতৰ তত্বাৱধানত চিবিআইৰ তদন্তৰ দাবীত এখন আবেদন দাখিল কৰিছে।

আৱেদনখনত উল্লেখ কৰা হৈছে যে, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তদন্ত কৰিব লাগে। আৱেদনখনত নিৰাপত্তা আৰু ক্ষতিপূৰণৰ দাবীও কৰা হৈছে। তৃণমূলৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু বিধায়ক মদন মিত্ৰই ভুক্তভোগীক লৈ দিয়া অপমানজনক বক্তব্যও উল্লেখ কৰে আবেদনকাৰীয়ে।

উল্লেখ্য যে, ২৫ জুনত দক্ষিণ কলিকতা আইন মহাবিদ্যালয়ৰ এগৰাকী প্ৰথম বৰ্ষৰ ছাত্ৰীক দুগৰাকী জ্যেষ্ঠ ছাত্ৰ আৰু এগৰাকী প্ৰাক্তন ছাত্ৰই দলবদ্ধ অপকৰ্ম সংঘটিত কৰাৰ গোচৰ পোহৰলৈ আহে। এই গোচৰ পোহৰলৈ অহাৰ পিছতে ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দলে ক্ষোভিত হৈ বংগৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

দেওবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা সুবেন্দু অধিকাৰীয়েও নেতৃত্ব দি পশ্চিমবংগৰ প্ৰতিগৰাকী কন্যাৰ সুৰক্ষাৰ দাবী জনায়। ভাৰতীয় কমিউনিষ্ট পাৰ্টি আৰু নাগৰিক সমাজৰ সদস্যসকলেও একেধৰণৰ ৰেলী উলিয়ায়।

পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি সুবেন্দু অধিকাৰী আৰু অন্যান্য দলীয় কৰ্মীসকলে “আমাৰ কন্যা”ৰ সুৰক্ষাৰ দাবীত খোজকাঢ়ি এক কিলোমিটাৰতকৈ অলপ কম সময়ৰ ভিতৰতে পদযাত্ৰা আৰম্ভ কৰে। তেওঁ কয় যে, মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা অপসাৰণ নকৰালৈকে বংগত মহিলাৰ বিৰুদ্ধে এনেধৰণৰ ঘটনা অব্যাহত থাকিব। কিয়নো বিগত সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে ভুক্তভোগী মহিলাসকলৰ চৰিত্ৰক লৈহে সন্দেহ কৰিছিল।

Tags: KOLKATALLBMolested

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025