• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীক পৰাস্ত কৰি মুস্তাক আলী ট্ৰফীৰ ফাইনেলত ৰজত পাটিদাৰ নেতৃত্বাধীন মধ্যপ্ৰদেশ

Nation NE by Nation NE
December 13, 2024
in Top News, ক্ৰীড়া
0 0
দিল্লীক পৰাস্ত কৰি মুস্তাক আলী ট্ৰফীৰ ফাইনেলত ৰজত পাটিদাৰ নেতৃত্বাধীন মধ্যপ্ৰদেশ
Share on FacebookShare on TwitterWhatsApp

চলিত বৰ্ষৰ ছৈয়দ মুস্তাক আলী ট্ৰফীৰ দ্বিতীয়খন ছেমি ফাইনেলত মধ্য প্ৰদেশে দিল্লীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া প্ৰতিযোগিতাখনৰ ফাইনেলখন অহা ১৫ ডিচেম্বৰত মুম্বাই আৰু মধ্যপ্ৰদেশৰ মাজত অনুষ্ঠিত হ’ব।

অধিনায়ক ৰজত পাটিদাৰে মধ্য প্ৰদেশক জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ২২৭.৫৯ ষ্ট্ৰাইক ৰেটৰ সহায়ত অপৰাজিত ৬৬ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে।

খেলখনত মধ্য প্ৰদেশে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়। তাৰ পিছত লক্ষ্যৰ পিছা কৰিবলৈ আহি দলটোৱে একপক্ষীয়ভাৱে বিজয় সাব্যস্ত কৰে। মেচখনত মধ্য প্ৰদেশে ৭ উইকেটত জয়লাভ কৰে।

খেলখনত প্ৰথমে বেটিং কৰিবলৈ অহা দিল্লীয়ে নিৰ্ধাৰিত ২০ অভাৰত ১৪৬/৫ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত অনুজ ৰাৱটে দলৰ হৈ সৰ্ববৃহৎ ইনিংছ খেলিছিল, ৩টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ২৪টা বলত ৩৩ ৰানৰ অপৰাজিত ইনিংছ কেলিছিল। এই সময়ছোৱাত ভেংকটেশ আয়েৰে সৰ্বাধিক ২টা উইকেট দখল কৰে।

Tags: Madhya PradeshRajat PatidarSyed Mushtaq Ali Trophy

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025