• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীক পৰাস্ত কৰি মুস্তাক আলী ট্ৰফীৰ ফাইনেলত ৰজত পাটিদাৰ নেতৃত্বাধীন মধ্যপ্ৰদেশ

Nation NE by Nation NE
December 13, 2024
in Top News, ক্ৰীড়া
0 0
দিল্লীক পৰাস্ত কৰি মুস্তাক আলী ট্ৰফীৰ ফাইনেলত ৰজত পাটিদাৰ নেতৃত্বাধীন মধ্যপ্ৰদেশ
Share on FacebookShare on TwitterWhatsApp

চলিত বৰ্ষৰ ছৈয়দ মুস্তাক আলী ট্ৰফীৰ দ্বিতীয়খন ছেমি ফাইনেলত মধ্য প্ৰদেশে দিল্লীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া প্ৰতিযোগিতাখনৰ ফাইনেলখন অহা ১৫ ডিচেম্বৰত মুম্বাই আৰু মধ্যপ্ৰদেশৰ মাজত অনুষ্ঠিত হ’ব।

অধিনায়ক ৰজত পাটিদাৰে মধ্য প্ৰদেশক জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ২২৭.৫৯ ষ্ট্ৰাইক ৰেটৰ সহায়ত অপৰাজিত ৬৬ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে।

খেলখনত মধ্য প্ৰদেশে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়। তাৰ পিছত লক্ষ্যৰ পিছা কৰিবলৈ আহি দলটোৱে একপক্ষীয়ভাৱে বিজয় সাব্যস্ত কৰে। মেচখনত মধ্য প্ৰদেশে ৭ উইকেটত জয়লাভ কৰে।

খেলখনত প্ৰথমে বেটিং কৰিবলৈ অহা দিল্লীয়ে নিৰ্ধাৰিত ২০ অভাৰত ১৪৬/৫ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত অনুজ ৰাৱটে দলৰ হৈ সৰ্ববৃহৎ ইনিংছ খেলিছিল, ৩টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ২৪টা বলত ৩৩ ৰানৰ অপৰাজিত ইনিংছ কেলিছিল। এই সময়ছোৱাত ভেংকটেশ আয়েৰে সৰ্বাধিক ২টা উইকেট দখল কৰে।

Tags: Madhya PradeshRajat PatidarSyed Mushtaq Ali Trophy

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025