• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৮৫০ বছৰ পুৰণি মহাকুম্ভ মেলা; জানো আহক কুম্ভ মেলাৰ আঁৰৰ কিছু কাহিনী…

Nation NE by Nation NE
July 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
৮৫০ বছৰ পুৰণি মহাকুম্ভ মেলা; জানো আহক কুম্ভ মেলাৰ আঁৰৰ কিছু কাহিনী…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মহাকুম্ভ মেলাৰ ইতিহাস হৈছে অতি আকৰ্ষণীয়।  প্ৰতি ১২ বছৰৰ মূৰত আয়োজন কৰা হয় এই মহা কুম্ভ মেলা।

দেশৰ চাৰিটা স্থানত আয়োজন কৰা হয় এই মেলা। সেই ঠাইকেইখন হৈছে- হৰিদ্বাৰ, প্ৰয়াগৰাজ, নাছিক আৰু উজ্জয়িনী। ২০১৩ চনত প্ৰয়াগৰাজত শেষবাৰৰ বাবে মহাকুম্ভ মেলাৰ আয়োজন কৰা হৈছিল। যাৰ পিছত আকৌ ২০২৫ চনত এই মেলাৰ আয়োজন কৰা হ’ব।

কোৱা হয় যে, এই মহাকুম্ভ মেলাৰ ইতিহাস প্ৰায় ৮৫০ বছৰ পুৰণি। এই মেলাৰ আৰম্ভণি কৰিছিল আদি শংকৰাচাৰ্যই। ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই মহাকুম্ভ মেলা দৰ্শন কৰিবলৈ পৃথিৱীৰ দূৰ-দূৰণিৰ পৰা অগণন ভক্ত আহে।

জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই কুম্ভ মেলা গ্ৰহৰ অৱস্থানৰ সৈতে সম্পৰ্কিত অৰ্থাৎ বৃহস্পতি গ্ৰহৰ কুম্ভ ৰাশিত প্ৰৱেশ আৰু সূৰ্যৰ মেষ ৰাশিত প্ৰৱেশৰ লগত জড়িত ।

বাৰ বছৰৰ অন্তত অনুষ্ঠিত হোৱা এই মেলা  বৃহস্পতি গ্ৰহৰ চলাচলৰ সৈতে সম্পৰ্কিত। কিয়নো বৃহস্পতিয়ে এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰিবলৈ প্ৰায় ১২ টা মাহৰ প্ৰয়োজন হয়। বৃহস্পতি গ্ৰহৰ এই ১২ বছৰৰ পুনৰা বৃত্তিয়েই হৈছে মহাকুম্ভ মেলাৰ আধাৰ।

কুম্ভ মেলাৰ আৰম্ভণি

পৌৰাণিক কাহিনী অনুসৰি,  সমুদ্ৰ মন্থনৰ সময়তেই এই মেলাৰ আৰম্ভণি হৈছিল। যেতিয়া দেৱতা আৰু ৰাক্ষসসকলে একেলগে অমৰত্বৰ পৰা অমৃত উৎপন্ন কৰিবলৈ সাগৰ মন্থন কৰিছিল, সেই সময়ত প্ৰথমে বিষ ওলাই আহিছিল। যি বিষ মহাপ্ৰভূ  ভোলানাথে পান কৰিছিল। পাছলৈ যেতিয়া অমৃত ওলাই আহিছিল, তেতিয়া দেৱতাসকলে ইয়াক পান কৰিছিল।

কুম্ভ মেলা অনুষ্ঠিত হোৱা চাৰিটা স্থান

জনশ্ৰুতি অনুসৰি, ১২ বছৰ ধৰি দেৱতা আৰু অসুৰসকলৰ মাজত যুদ্ধ হৈছিল। এই যুদ্ধত মুঠ ১২ টা স্থানত অমৃতৰ টোপাল পৰিছিল। যাৰ ভিতৰত দেৱলোকৰ ৮টা স্থানত আৰু পৃথিৱীৰ ৪টা স্থানত অমৃতৰ এই টোপাল পৰিছিল। পৃথিৱীৰ যি ঠাইত এই অমৃত পৰিছিল সেইকেইখন ঠাই হৈছে প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জয়িনী আৰু নাছিক য’ত সম্পূৰ্ণ ১২ বছৰৰ অন্তত আয়োজন কৰা হয় মহা কুম্ভ মেলাৰ ।

কুম্ভ মেলা আৰু ১২ সংখ্যাৰ গুৰুত্ব

সময়ৰ পাৰ্থক্যৰ বাবে দেৱতাৰ বাৰদিন মানুহৰ বাৰ বছৰৰ সমান। সেয়েহে এই পবিত্ৰ কুম্ভ মেলা সূদীৰ্ঘ ১২ বছৰৰ ব্য়ৱধানত অনুষ্ঠিত হয়। সমুদ্ৰ মন্থনৰ সময়ত দেৱতা আৰু ৰাক্ষসসকলৰ মাজত অমৃতৰ পাত্ৰৰ বাবে ১২ দিন ধৰি যুদ্ধ অব্যাহত আছিল। যাক মানৱ জাতিৰ ১২ বছৰৰ সমান বুলি গণ্য কৰা হয়।

এইকাৰণেই প্ৰত্যেক ১২ বছৰত মূৰত মহা কুম্ভ মেলা উদযাপন কৰা হয়। কোৱা হয় যে, এই সময়ছোৱাত নদী পানীবোৰ অমৃতলৈ পৰিণত হয়। সেয়েহে সমগ্ৰ বিশ্বৰ পৰা বহুত তীৰ্থযাত্ৰী কুম্ভ মেলালৈ বিশুদ্ধতা আৰু অমৰত্বৰ সাৰাংশত স্নান কৰিবলৈ আহে।

Tags: Hindu MythologyIndian HistoryMahakumbha MelaSpiritualWorship

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025