• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৮৫০ বছৰ পুৰণি মহাকুম্ভ মেলা; জানো আহক কুম্ভ মেলাৰ আঁৰৰ কিছু কাহিনী…

Nation NE by Nation NE
July 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
৮৫০ বছৰ পুৰণি মহাকুম্ভ মেলা; জানো আহক কুম্ভ মেলাৰ আঁৰৰ কিছু কাহিনী…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মহাকুম্ভ মেলাৰ ইতিহাস হৈছে অতি আকৰ্ষণীয়।  প্ৰতি ১২ বছৰৰ মূৰত আয়োজন কৰা হয় এই মহা কুম্ভ মেলা।

দেশৰ চাৰিটা স্থানত আয়োজন কৰা হয় এই মেলা। সেই ঠাইকেইখন হৈছে- হৰিদ্বাৰ, প্ৰয়াগৰাজ, নাছিক আৰু উজ্জয়িনী। ২০১৩ চনত প্ৰয়াগৰাজত শেষবাৰৰ বাবে মহাকুম্ভ মেলাৰ আয়োজন কৰা হৈছিল। যাৰ পিছত আকৌ ২০২৫ চনত এই মেলাৰ আয়োজন কৰা হ’ব।

কোৱা হয় যে, এই মহাকুম্ভ মেলাৰ ইতিহাস প্ৰায় ৮৫০ বছৰ পুৰণি। এই মেলাৰ আৰম্ভণি কৰিছিল আদি শংকৰাচাৰ্যই। ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই মহাকুম্ভ মেলা দৰ্শন কৰিবলৈ পৃথিৱীৰ দূৰ-দূৰণিৰ পৰা অগণন ভক্ত আহে।

জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই কুম্ভ মেলা গ্ৰহৰ অৱস্থানৰ সৈতে সম্পৰ্কিত অৰ্থাৎ বৃহস্পতি গ্ৰহৰ কুম্ভ ৰাশিত প্ৰৱেশ আৰু সূৰ্যৰ মেষ ৰাশিত প্ৰৱেশৰ লগত জড়িত ।

বাৰ বছৰৰ অন্তত অনুষ্ঠিত হোৱা এই মেলা  বৃহস্পতি গ্ৰহৰ চলাচলৰ সৈতে সম্পৰ্কিত। কিয়নো বৃহস্পতিয়ে এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰিবলৈ প্ৰায় ১২ টা মাহৰ প্ৰয়োজন হয়। বৃহস্পতি গ্ৰহৰ এই ১২ বছৰৰ পুনৰা বৃত্তিয়েই হৈছে মহাকুম্ভ মেলাৰ আধাৰ।

কুম্ভ মেলাৰ আৰম্ভণি

পৌৰাণিক কাহিনী অনুসৰি,  সমুদ্ৰ মন্থনৰ সময়তেই এই মেলাৰ আৰম্ভণি হৈছিল। যেতিয়া দেৱতা আৰু ৰাক্ষসসকলে একেলগে অমৰত্বৰ পৰা অমৃত উৎপন্ন কৰিবলৈ সাগৰ মন্থন কৰিছিল, সেই সময়ত প্ৰথমে বিষ ওলাই আহিছিল। যি বিষ মহাপ্ৰভূ  ভোলানাথে পান কৰিছিল। পাছলৈ যেতিয়া অমৃত ওলাই আহিছিল, তেতিয়া দেৱতাসকলে ইয়াক পান কৰিছিল।

কুম্ভ মেলা অনুষ্ঠিত হোৱা চাৰিটা স্থান

জনশ্ৰুতি অনুসৰি, ১২ বছৰ ধৰি দেৱতা আৰু অসুৰসকলৰ মাজত যুদ্ধ হৈছিল। এই যুদ্ধত মুঠ ১২ টা স্থানত অমৃতৰ টোপাল পৰিছিল। যাৰ ভিতৰত দেৱলোকৰ ৮টা স্থানত আৰু পৃথিৱীৰ ৪টা স্থানত অমৃতৰ এই টোপাল পৰিছিল। পৃথিৱীৰ যি ঠাইত এই অমৃত পৰিছিল সেইকেইখন ঠাই হৈছে প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জয়িনী আৰু নাছিক য’ত সম্পূৰ্ণ ১২ বছৰৰ অন্তত আয়োজন কৰা হয় মহা কুম্ভ মেলাৰ ।

কুম্ভ মেলা আৰু ১২ সংখ্যাৰ গুৰুত্ব

সময়ৰ পাৰ্থক্যৰ বাবে দেৱতাৰ বাৰদিন মানুহৰ বাৰ বছৰৰ সমান। সেয়েহে এই পবিত্ৰ কুম্ভ মেলা সূদীৰ্ঘ ১২ বছৰৰ ব্য়ৱধানত অনুষ্ঠিত হয়। সমুদ্ৰ মন্থনৰ সময়ত দেৱতা আৰু ৰাক্ষসসকলৰ মাজত অমৃতৰ পাত্ৰৰ বাবে ১২ দিন ধৰি যুদ্ধ অব্যাহত আছিল। যাক মানৱ জাতিৰ ১২ বছৰৰ সমান বুলি গণ্য কৰা হয়।

এইকাৰণেই প্ৰত্যেক ১২ বছৰত মূৰত মহা কুম্ভ মেলা উদযাপন কৰা হয়। কোৱা হয় যে, এই সময়ছোৱাত নদী পানীবোৰ অমৃতলৈ পৰিণত হয়। সেয়েহে সমগ্ৰ বিশ্বৰ পৰা বহুত তীৰ্থযাত্ৰী কুম্ভ মেলালৈ বিশুদ্ধতা আৰু অমৰত্বৰ সাৰাংশত স্নান কৰিবলৈ আহে।

Tags: Hindu MythologyIndian HistoryMahakumbha MelaSpiritualWorship

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025