• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩০ বছৰ বয়সতে ধূসৰ হৈ পৰিছে নেকি আপোনাৰ চুলি? জানক এই সন্দৰ্ভত বিশেষজ্ঞই কি কয়…

Nation NE by Nation NE
December 2, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
৩০ বছৰ বয়সতে ধূসৰ হৈ পৰিছে নেকি আপোনাৰ চুলি? জানক এই সন্দৰ্ভত বিশেষজ্ঞই কি কয়…
Share on FacebookShare on TwitterWhatsApp

আজিৰ সময়ত কম বয়সতে চুলি ধূসৰ হোৱাৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। ৩০ৰ পৰা ৩৫ বছৰ বয়সতেই চুলি  হৈ পৰে ধূসৰ।

২০১৯ চনত মেডিকেল জাৰ্নেল দ্য লেন্সেটত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে কম বয়সতে চুলি ধূসৰ হোৱাৰ মূল কাৰণ হ’ল ভিটামিনৰ অভাৱ। বহু লোকৰ কেলচিয়ামৰ অভাৱৰ বাবে চুলিও ধূসৰ হৈ পৰে।

দিল্লীৰ আৰ এম এল হাস্পতালৰ ছাল ৰোগ বিভাগৰ প্ৰাক্তন মুৰব্বী ডাঃ ভাৱুক ধীৰৰ মতে, কম বয়সতে চুলি ধূসৰ হোৱাৰ কাৰণ হ’ব পাৰে শৰীৰত ভিটামিন বি ১২, ভিটামিন ডি আৰু ভিটামিন বি ৯ৰ অভাৱ, যি চুলি ৰং ধূসৰ হোৱাৰ কাৰণ হ’ব পাৰে। দেহত অতিৰিক্তভাৱে পিত্ত উৎপন্ন হ’লেও চুলি বগা হ’ব পাৰে।

দিল্লী চৰকাৰৰ আয়ুৰ্বেদৰ ডাঃ আৰ পি পৰাশৰে কয় যে, যিসকল লোকৰ শৰীৰত অধিক পিত্ত উৎপন্ন হয়, তেওঁলোকৰ চুলিও কম বয়সতে বগা হৈ পৰে। ইয়াৰ উপৰিও কম বয়সতে চুলি ধূসৰ হোৱাৰ এটা প্ৰধান কাৰণো অপুষ্টিকৰ খাদ্য।

অত্যধিক পিত্ত উৎপাদনৰ ফলত চুলিৰ গুৰিৰ ক্ষতি হয়, যাৰ ফলত চুলি ধূসৰ হৈ পৰে। পিত্তৰ অত্যধিক উৎপাদনৰ বাবে কিছুমান লোকৰ শৰীৰত মেলানিনৰ অভাৱ হ’ব পাৰে, যাৰ ফলত চুলিৰ ৰং প্ৰভাৱিত হয়। যদি আমাৰ শৰীৰত অত্যধিক পিত্ত উৎপাদন হয়, তেন্তে ত্ৰিফলা খোৱা উচিত লগতে দৈনিক প্ৰাণায়মো কৰিব পাৰে।

ডায়েটিচিয়ান ডাঃ অঞ্জিল ভাৰ্মাই কয় যে, ভিটামিন বি ১২ আৰু বি ৯ৰ অভাৱ দূৰ কৰিবলৈ হ’লে খাদ্যত সেউজীয়া শাক-পাচলি আৰু ফল-মূল অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও কণী, ছালমন মাছও খাব পাৰে। ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ গাখীৰ, দৈ আৰু কণী খাব পাৰি।

অৱশ্যে প্ৰথমে আমাৰ ভিটামিন বি ১২ আৰু ভিটামিন ডি পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। যদি এই ভিটামিনৰ অভাৱ হয়, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰিপূৰকও গ্ৰহণ কৰিব পাৰে। ইয়াৰ দ্বাৰা ভিটামিনৰ অভাৱ সহজে ক্ষতিপূৰণ কৰিব পৰা যায়।

Tags: Health NewsHealthy lifeMedical Health

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025