• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 24, 2026
22 °c
Guwahati
23 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৃদ্ধি নহয় চিলিণ্ডাৰৰ মূল্য, উত্তৰ-পূবৰ বাবে বিশেষ পেকেজ… মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Nation NE by Nation NE
August 8, 2025
in Top News, উত্তৰ পূৱ, ৰাষ্ট্ৰীয়
0 0
বৃদ্ধি নহয় চিলিণ্ডাৰৰ মূল্য, উত্তৰ-পূবৰ বাবে বিশেষ পেকেজ… মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে ৫২,৬৬৭ কোটি টকাৰ পেকেজত অনুমোদন জনায়। এই পেকেজৰ অধীনত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শিক্ষাৰ লগতে এল পি জি, আন্তঃগাঁথনি আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কাৰিকৰী শিক্ষানুষ্ঠানসমূহ শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে ৪২০০ কোটি টকাৰ অনুমোদন জনাইছে। ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ১২,০৬০ কোটি টকাৰ ৰাজসাহায্য প্ৰদানৰ বাবেও কেবিনেটে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰে।

কেন্দ্ৰীয় কেবিনেটে তেল বিপণন কোম্পানী (অ’এমচি)ৰ বাবে ৩০ হাজাৰ কোটি টকাৰ এলপিজি ৰাজসাহায্যৰ অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত এল পি জিৰ মূল্য বৃদ্ধি নহ’ব।

কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত উত্তৰ-পূবৰ ৰাজ্য অসম আৰু ত্ৰিপুৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই দুখন ৰাজ্যৰ বাবে ৪২৫০ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজৰ অনুমোদন দিয়া হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাক সৰ্বাংগীন উন্নয়নৰ বাবে বিশ্বব্যাপী স্বীকৃতি দিয়া হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ জীৱনলৈ পৰিৱৰ্তন অনা। এতিয়ালৈকে ১০.৩৩ কোটি উজ্জ্বলা সংযোগ দিয়া হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেবিনেটে পিএম উজ্জ্বলা হিতাধিকাৰীসকলৰ বাবে ১২,০৬০ কোটি টকাৰ সাহায্যৰ অনুমোদন জনাইছে।’

মন্ত্ৰী বৈষ্ণৱে লগতে কয়, ‘কেন্দ্ৰীয় কেবিনেটে ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যৰ অনুমোদন জনাইছে যাতে মধ্যবিত্ত শ্ৰেণীৰ লোকে সস্তা মূল্যত ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰে।’

Tags: LPG PriceModi CabinetNorth-East

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025