• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 12, 2026
26 °c
Guwahati
25 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 12, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমত তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব এন ডি এ চৰকাৰে।পুৱা ১১.৪০ বজাত খানাপাৰাত শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। NDA-শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত। কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত।
  • হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শপতগ্ৰহণ কৰিব আন চাৰিগৰাকী নৱনিৰ্বাচিত বিধায়কে। ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰাই কৰিব শপতগ্ৰহণ। বিধানসভাৰ অধ্যক্ষ হব ৰনজিৎ কুমাৰ দাসে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত। শপতগ্ৰহণৰ বাবে খানাপাৰাত কটকটীয়া কৰা হৈছে নিৰাপত্তা বেষ্টনী।
  • আজি নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে কংগ্ৰেছৰ এজনো বিধায়ক। কংগ্ৰেছৰ নিৰ্বাচিত কোনো এজন বিধায়কেই অংশগ্ৰহণ নকৰে শপতগ্ৰহণ অনুষ্ঠানত। এই কথা জনালে APCCৰ সভাপতি গৌৰৱ গগৈয়ে।
  • চৰকাৰ গঠন কৰি উঠিয়েই ৫টা ডাঙৰ কাম কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমৰ জড়িয়তে ড০ শৰ্মাই উল্লেখ কৰিলে ৫ টা ডাঙৰ ঘোষণা। উন্নত ভৱিষ্যতৰ দিশত অসমক নিবৰ বাবে পুনৰ আৰম্ভ কৰা হ’ব বহু কেইখন অভিলাসী আঁচনি। দহলাখ যুৱক-যুৱতীক আগবঢ়োৱা হ’ব ৫ লাখকৈ টকা। কৰ্ম সংস্থাপন সৃষ্টিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত।
  • দেশত নাটনি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ। দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ সতৰ্কবাণী। ইয়াৰ বাবে পেট্ৰ’ল-ডিজেল কমকৈ ব্যৱহাৰ কৰাৰ লগতে হিচাপত গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। বৈশ্বিক সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আহ্বান মোদীৰ। তেওঁ কয় যে, ভাৰতত কোনো বৃহৎ বৃহৎ তেলৰ কুঁৱা নাই। বৰঞ্চ ভাৰতে পেট্ৰ’ল, ডিজেল আৰু গেছ আন দেশৰ পৰা বৃহৎ পৰিমাণে আমদানি কৰিব লগা হয়। যুদ্ধৰ বাবে বিশ্বজুৰি পেট্ৰ’ল, ডিজেল, গেছ, সাৰৰ দাম যথেষ্ট বৃদ্ধি পাইছে বুলি কয় মোদীয়ে। লগতে ৱৰ্ক ফ্ৰম হোমৰ ব্যৱস্থা কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ।
Tags: Latest newsmorning newsnews update

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 12, 2026
পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড
Top News

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

May 11, 2026
হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…
Top News

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

May 11, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

May 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 11, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025