• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
29 ° Tue
29 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিজেপি এৰাৰ পিছতেই অশোক শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ নলবাৰী জিলা নেতৃত্বৰ

      'অশোক শৰ্মা কোনো ৰাজনৈতিক দলৰ পৰা টিকট পোৱাৰ যোগ্য নহয়'

      Nation NE by Nation NE
      August 10, 2024
      in Top News, অসম, ৰাজনীতি
      0 0
      বিজেপি এৰাৰ পিছতেই অশোক শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ নলবাৰী জিলা নেতৃত্বৰ
      Share on FacebookShare on TwitterWhatsApp

      নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতেই তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাটাও গুৰুতৰ অভিযোগ। চৰকাৰী মাটি দখল কৰা, অন্যায়ভাৱে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা আদি বহু অভিযোগ বিজেপিৰ পৰা সদ্য পদত্যাগী নেতা অশোক শৰ্মাৰ বিৰুদ্ধে। এই অভিযোগ নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলেম উত্থাপন কৰিছে।

      অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ পিছতেই নলবাৰীত আক্ৰমণাত্মক হৈ পৰিছে নলবাৰী বিজেপিৰ বিষয়ববীয়াসকল। শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বহু দুৰ্নীতি, কেলেংকাৰিৰ তথ্য পোহৰলৈ আনে নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে।

      এছ আৰ ডিৰ সন্মুখত প্ৰায় ২০ বিঘা মাটি অশোক শৰ্মাই বাউণ্ডেৰী ৱাল দিছে। তেওঁ এই মাটি ক’ৰ পৰা আৰু কেনেকৈ ক্ৰয় কৰিছে বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে জিলা বিজেপিয়ে।

      নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে কয় যে তেওঁ বহুমুখী কৃষি পামৰ এজন স্কেল বয় আছিল। প্ৰণৱ ঠাকুৰীয়াই অশোক শৰ্মাক এজন বহুমুখী স্কীল বয় কৰিছিল। পৰৱৰ্তী সময়ত সচিবৰ লগত বেইমানী কৰি চল-চাতুৰীৰে সচিবৰ আসনখনো হস্তগত কৰে অশোক শৰ্মাই। সচিবৰ হৈ তেওঁ বহু কেলেংকাৰি কৰিছে। বহু ঠাইত মাটি লৈছে। তেওঁ বিধায়ক হৈ থকা অৱস্থাত বহু কেলেংকাৰিত জড়িত হৈ মাটিবাৰী ক্ৰয় কৰিছে। যাৰ বাবে অশোক শৰ্মাক বিজেপি দলে পৰৱৰ্তী সময়ত টিকট দিয়া নাছিল বুলি নলবাৰী বিজেপিৰ বিষববীয়াসকলে মন্তব্য কৰে।

      আনহাতে, অশোক শৰ্মা বিধায়ক হৈ থকা সময়ত অসমী কৃষি ফাৰ্ম নামৰ প্ৰতিষ্ঠানৰ প্ৰায় ৩০ বিঘা মাটি দখল কৰিছে। এনেকুৱা এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তিক সেই কাৰণে বিজেপিয়ে পৰৱৰ্তী সময়ত টিকট নিদিলে বুলি কৰ্মকৰ্তাসকলে মন্তব্য কৰে।

      নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে কয় যে বিজেপিয়ে কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে, সেই কাৰণে বহু কাকুতি-মিনতি কৰাৰ পিছতো অশোক শৰ্মাক বিজেপিয়ে কোনো ধৰণৰ সঁহাৰি তেওঁক দিয়া নাছিল। তেওঁ মাটি এডোখৰ ভাৰা লৈ বিস্কুট বেকাৰী এটা চলাইছিল। সেই বিস্কুট বেকাৰীৰ মাটিও তেওঁ দখল কৰিছে বুলি কয় কৰ্মকৰ্তাসকলে।

      এই ঘটনাবোৰ যেতিয়া পোহৰলৈ আহে, তেতিয়া দলে তেওঁৰ ওপৰত হয়তো ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে। সেয়ে অশোক শৰ্মাৰ ইমান আকুণ্ঠ প্ৰয়াস কৰাৰ পিছতো তেওঁক দলে গুৰুত্ব দিয়া নাই বুলি মন্তব্য কৰে কৰ্মকৰ্তাসকলে।

      জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে অশোক শৰ্মাক চোকা সমালোচনা কৰি পুনৰ কয় যে তেওঁ ইমানেই তললৈ নামে যে তেওঁক হেনো এবাৰ দাদা বুলি মাতিলেও তেওঁ দলত থাকি গ’লে হয়। কিন্তু দলে তেওঁৰ দৰে এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তিক ভাৰতীয় জনতা পাৰ্টীত ল’বলৈ বিচৰা নাছিল। যাৰ ফলত তেওঁ উপায়ন্তৰ হৈ কংগ্ৰেছৰ দৰে এটা দুৰ্নীতিগ্ৰস্ত দলত যোগদান কৰে। অশোক শৰ্মা কোনো ৰাজনৈতিক দলৰ পৰা টিকট পোৱাৰ যোগ্য নহয় বুলি দলৰ কৰ্মকৰ্তাসকলে কয়।

      Tags: #CongressAshok SarmaBJPNalbari

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist