• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
22 °c
Guwahati
24 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিজেপি এৰাৰ পিছতেই অশোক শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ নলবাৰী জিলা নেতৃত্বৰ

'অশোক শৰ্মা কোনো ৰাজনৈতিক দলৰ পৰা টিকট পোৱাৰ যোগ্য নহয়'

Nation NE by Nation NE
August 10, 2024
in Top News, অসম, ৰাজনীতি
0 0
বিজেপি এৰাৰ পিছতেই অশোক শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ নলবাৰী জিলা নেতৃত্বৰ
Share on FacebookShare on TwitterWhatsApp

নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতেই তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাটাও গুৰুতৰ অভিযোগ। চৰকাৰী মাটি দখল কৰা, অন্যায়ভাৱে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা আদি বহু অভিযোগ বিজেপিৰ পৰা সদ্য পদত্যাগী নেতা অশোক শৰ্মাৰ বিৰুদ্ধে। এই অভিযোগ নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলেম উত্থাপন কৰিছে।

অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ পিছতেই নলবাৰীত আক্ৰমণাত্মক হৈ পৰিছে নলবাৰী বিজেপিৰ বিষয়ববীয়াসকল। শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বহু দুৰ্নীতি, কেলেংকাৰিৰ তথ্য পোহৰলৈ আনে নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে।

এছ আৰ ডিৰ সন্মুখত প্ৰায় ২০ বিঘা মাটি অশোক শৰ্মাই বাউণ্ডেৰী ৱাল দিছে। তেওঁ এই মাটি ক’ৰ পৰা আৰু কেনেকৈ ক্ৰয় কৰিছে বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে জিলা বিজেপিয়ে।

নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে কয় যে তেওঁ বহুমুখী কৃষি পামৰ এজন স্কেল বয় আছিল। প্ৰণৱ ঠাকুৰীয়াই অশোক শৰ্মাক এজন বহুমুখী স্কীল বয় কৰিছিল। পৰৱৰ্তী সময়ত সচিবৰ লগত বেইমানী কৰি চল-চাতুৰীৰে সচিবৰ আসনখনো হস্তগত কৰে অশোক শৰ্মাই। সচিবৰ হৈ তেওঁ বহু কেলেংকাৰি কৰিছে। বহু ঠাইত মাটি লৈছে। তেওঁ বিধায়ক হৈ থকা অৱস্থাত বহু কেলেংকাৰিত জড়িত হৈ মাটিবাৰী ক্ৰয় কৰিছে। যাৰ বাবে অশোক শৰ্মাক বিজেপি দলে পৰৱৰ্তী সময়ত টিকট দিয়া নাছিল বুলি নলবাৰী বিজেপিৰ বিষববীয়াসকলে মন্তব্য কৰে।

আনহাতে, অশোক শৰ্মা বিধায়ক হৈ থকা সময়ত অসমী কৃষি ফাৰ্ম নামৰ প্ৰতিষ্ঠানৰ প্ৰায় ৩০ বিঘা মাটি দখল কৰিছে। এনেকুৱা এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তিক সেই কাৰণে বিজেপিয়ে পৰৱৰ্তী সময়ত টিকট নিদিলে বুলি কৰ্মকৰ্তাসকলে মন্তব্য কৰে।

নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে কয় যে বিজেপিয়ে কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে, সেই কাৰণে বহু কাকুতি-মিনতি কৰাৰ পিছতো অশোক শৰ্মাক বিজেপিয়ে কোনো ধৰণৰ সঁহাৰি তেওঁক দিয়া নাছিল। তেওঁ মাটি এডোখৰ ভাৰা লৈ বিস্কুট বেকাৰী এটা চলাইছিল। সেই বিস্কুট বেকাৰীৰ মাটিও তেওঁ দখল কৰিছে বুলি কয় কৰ্মকৰ্তাসকলে।

এই ঘটনাবোৰ যেতিয়া পোহৰলৈ আহে, তেতিয়া দলে তেওঁৰ ওপৰত হয়তো ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে। সেয়ে অশোক শৰ্মাৰ ইমান আকুণ্ঠ প্ৰয়াস কৰাৰ পিছতো তেওঁক দলে গুৰুত্ব দিয়া নাই বুলি মন্তব্য কৰে কৰ্মকৰ্তাসকলে।

জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে অশোক শৰ্মাক চোকা সমালোচনা কৰি পুনৰ কয় যে তেওঁ ইমানেই তললৈ নামে যে তেওঁক হেনো এবাৰ দাদা বুলি মাতিলেও তেওঁ দলত থাকি গ’লে হয়। কিন্তু দলে তেওঁৰ দৰে এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তিক ভাৰতীয় জনতা পাৰ্টীত ল’বলৈ বিচৰা নাছিল। যাৰ ফলত তেওঁ উপায়ন্তৰ হৈ কংগ্ৰেছৰ দৰে এটা দুৰ্নীতিগ্ৰস্ত দলত যোগদান কৰে। অশোক শৰ্মা কোনো ৰাজনৈতিক দলৰ পৰা টিকট পোৱাৰ যোগ্য নহয় বুলি দলৰ কৰ্মকৰ্তাসকলে কয়।

Tags: #CongressAshok SarmaBJPNalbari

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025