• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন

Nation NE by Nation NE
October 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন
Share on FacebookShare on TwitterWhatsApp

১৮ অক্টোবৰত মহাৰাষ্ট্ৰৰ নাছিক ৰোড ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। ছট পূজাৰ বাবে ঘৰলৈ অহা তিনিজন যাত্ৰীক ৰে’লৰ পৰা পৰি যায়। থিতাতে দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। আহত ব্যক্তিজনক ততাতৈয়াকৈ এম্বুলেন্সেৰে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁ চিকিৎসাধীন হৈ আছে।

শনিবাৰে নিশা লোকমান্য তিলক টাৰ্মিনাছৰ পৰা নাচিক ৰোড ৰে’ল ষ্টেচনত ৰৈ নোযোৱাকৈ ৰাক্সাউল (বিহাৰ) অভিমুখে ৰাওনা হয় ৰে’লখন। ইয়াৰ পাছতে ওধা ৰে’ল ষ্টেচনৰ ষ্টেচন মেনেজাৰ আকাশে নাচিক ৰোড ৰে’ল বিভাগৰ সৈতে যোগাযোগ কৰি খবৰ দিয়ে যে ৰে’লখন যাত্ৰা কৰাৰ কিছু সময়ৰ পিছতে জেইল ৰোড হনুমান মন্দিৰৰ সমীপৰ ধীকালে নগৰ অঞ্চলত তিনিজন যুৱক ৰে’লৰ তলত পৰি যায়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপ পৰিদৰ্শক মালি, আৰক্ষী কনিষ্টবল ভোলে, আৰু নাশিক ৰোড থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক জিতেন্দ্ৰ সাপকালেৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হয়। ভূসাৱললৈ যোৱা ট্ৰেকত ১৯০/১ৰ পৰা ১৯০/৩ কিলোমিটাৰৰ ভিতৰত ৩০ৰ পৰা ৩৫ বছৰৰ ভিতৰৰ দুজন যুৱক মৃত অৱস্থাত উদ্ধাৰ হয়। গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱক।

সংকটজনক অৱস্থাত থকা যুৱকজনক লগে লগে এম্বুলেন্সেৰে জিলা চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এতিয়াও নিশ্চিত হোৱা নাই যাত্ৰীসকলৰ পৰিচয়। উত্তৰ ভাৰতলৈ যোৱা ৰে’লসমূহত প্ৰায়ে ছট উৎসৱৰ বাবে ভিৰ হয়। সেয়ে প্ৰাথমিক তথ্য অনুসৰি ৰে’লৰ পৰা এজন লোক বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে।

Tags: #AccidentNasikTrain

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025