• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 11, 2026
25 °c
Guwahati
25 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নেপাললৈ যোৱা ভাৰতীয়ৰ বাবে নতুন নিয়ম; ID অবিহনে পাৰ হ’ব নোৱাৰিব সীমান্ত

Nation NE by Nation NE
May 10, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
নেপাললৈ যোৱা ভাৰতীয়ৰ বাবে নতুন নিয়ম; ID অবিহনে পাৰ হ’ব নোৱাৰিব সীমান্ত
Share on FacebookShare on TwitterWhatsApp

এতিয়া নেপাললৈ যোৱা ভাৰতীয় নাগৰিকে লগত পৰিচয় পত্ৰ লৈ যোৱাটো বাধ্যতামূলক। বৈধ পৰিচয় পত্ৰ অবিহনে কোনো ভাৰতীয় নাগৰিকক নেপালত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দি সীমা অতিক্ৰম কৰি চলাচলৰ ক্ষেত্ৰত নতুন নিষেধাজ্ঞা ৰূপায়ণ কৰিছে নেপাল প্ৰশাসনে। একেদৰে নেপালৰ পৰা ভাৰতলৈ যোৱাসকলেও পৰিচয় পত্ৰ দেখুৱাব লাগিব।

নেপাল চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে শনিবাৰে হঠাতে ভাৰত-নেপাল সীমান্ত কঠোৰ হৈ পৰিল। যোগবাণী সীমান্তকে ধৰি কেইবাটাও সীমান্ত অঞ্চলত ID পৰীক্ষণ আৰম্ভ হোৱাৰ ফলত যাত্ৰী আৰু যান-বাহনৰ দীঘলীয়া শাৰীৰ সৃষ্টি হয়। নেপাল আৰক্ষীয়ে আধাৰ কাৰ্ড বা চৰকাৰে প্ৰদান কৰা অন্যান্য বৈধ আইডি থকাসকলকহে প্ৰৱেশৰ অনুমতি দিছিল। নথি-পত্ৰ নথকাসকলক সীমান্তৰ পৰাই উভতাই পঠিওৱা হয়।

কলকাতাৰ পৰা যোগবাণীলৈ যোৱা ৰে’লত অহা যাত্ৰীসকলেও স্ক্ৰীনিং প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। নেপাললৈ যোৱা বৃহৎ সংখ্যক লোকে দীৰ্ঘ সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ ফলত সীমান্ত অঞ্চলত বিশৃংখলতাৰ সৃষ্টি হয়।

নেপালৰ মুখ্য জিলা দণ্ডাধীশ যুৱৰাজ কাটেলে কয় যে এতিয়া সীমান্ত পাৰ হ’বলৈ বৈধ পৰিচয় পত্ৰ দেখুওৱাটো বাধ্যতামূলক হ’ব। নিৰাপত্তাজনিত কাৰণত এই পদক্ষেপ লোৱা বুলি প্ৰশাসনে দাবী কৰিছে। বাহৰেইচৰ গাতে লাগি থকা নেপাল সীমান্তৰ সমীপত বসবাস কৰা মধেচী জনগোষ্ঠীয়ে এই সিদ্ধান্তক লৈ ক্ষোভ প্ৰকাশ কৰিছে। নেপালৰ যমুনহা গাঁৱৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বাসিন্দাসকলে দৈনিক চলাচল কঠিন হৈ পৰা বুলি জনাইছে। নেপালী সশস্ত্ৰ আৰক্ষী বাহিনীৰ কঠোৰ পৰীক্ষা আৰু সোধা-পোছাৰ ফলত স্থানীয় লোকৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।

ইফালে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহো নেপাল সীমান্তৰ মাজেৰে চীনা নাগৰিকৰ সন্দেহজনকভাৱে চলাচল কৰাৰ খবৰ পোৱাৰ পিছত সষ্টম হৈ পৰিছে। বিহাৰৰ সীমান্তৱৰ্তী জিলাসমূহৰ ভিতৰত বেটিয়া, পূৱ চম্পাৰণ, সীতামড়ী, দৰভংগা, মধুবনীকে ধৰি আৰক্ষী আৰু বিশেষ নিৰাপত্তা বাহিনীক হোটেল, লজ, সন্দেহজনক কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

শেহতীয়াকৈ চীনৰ হুনান প্ৰদেশৰ ঝৌ হুয়ানক বৈধ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰি থকা অৱস্থাত আৰাৰিয়া জিলাৰ জোগবানী সীমান্তত ধৰা পৰে। তেওঁ নেপালী নম্বৰ প্লেট থকা স্কুটীৰে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰিছিল, তাৰ পিছতে নিৰাপত্তা সংস্থাই তেওঁক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে।

Tags: #NepalidRule

Related Posts

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড
Top News

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

May 11, 2026
হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…
Top News

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

May 11, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

May 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 11, 2026

শীৰ্ষ সংবাদ

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025